ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

চাবুৱা থানাৰ অ’চিক দাঁত ভঙা নিয়া গোচৰত দোষ মুক্ত অখিল গগৈসহ দুই সতীৰ্থৰ

News Desk by News Desk
June 22, 2021
Reading Time: 1 min read
A A
0
চাবুৱা থানাৰ অ’চিক দাঁত ভঙা নিয়া গোচৰত দোষ মুক্ত অখিল গগৈসহ দুই সতীৰ্থৰ

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

বিধায়ক অখিল গগৈৰ বাবে ভাল খবৰ। চাবুৱা থানা নিয়াৰ দ্বিতীয়তো গোচৰত দোষমুক্ত অখিল গগৈ। চান্দামাৰি নিয়া আদালতে গগৈৰ লগতে জগজিৎ গোহাঁই, ভূপেন গগৈক দোষমুক্ত ঘোষণা কৰে। আনহাতে অন্য এজন অভিযুক্ত ভাস্কৰজ্যোতি ফুকনৰ বিৰুদ্ধে চার্জ ফ্ৰেম লগোৱা হৈছে। কিন্তু তেওঁৰ বিৰুদ্ধে থকা ইউএপিএৰ ধাৰাসমূহ কৰ্তন কৰি ১৪৪, ১৮৮ আই.পি.চি ধাৰা লগোৱা হৈছে। ফলত তেওঁৰ বিচাৰ ডিব্ৰুগড় ন্যায়িক দণ্ডাধীশৰ আদালতত চলিব- অধিবক্তা কৃষ্ণ গগৈয়ে কয়।

‘অভিযোগনামাৰ ইউএপিএৰ ধাৰাসমূহ ন্যায়ালয়ে নাকচ কৰে। দোষ মুক্ত ঘোষণা কৰি ৫৬ পৃষ্ঠাৰ এটা অৰ্ডাৰ প্ৰেৰণ কৰিছে ন্যায়ালয়ে। ইউএপিএ ১৬ ধাৰা সংলগ্ন কৰা হৈছিল চাৰিও গৰাকীৰ বিৰুদ্ধে’ – অধিবক্তা গৰাকীয়ে কয়।

উল্লেখ চাবুৱা থানাৰ অ’চি টুলুমনি দুৱৰাৰ দাঁত ভঙা গোচৰতো নিয়ালৈ হস্তান্ত কৰা হৈছিল। অভিযোগনামা বিচাৰ চলিছিল আদালতত। কিন্তু ঘটনাত গগৈসহ দুই সতীৰ্থ জড়িত বুলি প্ৰমাণ কৰিব নোৱাৰা বাবেই দোষ মুক্ত ঘোষণা কৰে আদালতে। গুৰুত্বপূৰ্ণ যে পূৰ্বতে উক্ত গোচৰত জামিন লাভ কৰিছিল গগৈয়ে।

বৰ্তমান গগৈৰ বিৰুদ্ধে চান্দমাৰী থানা নিয়া’ গোচৰ অভিযোগনামা বিচাৰ প্ৰক্ৰিয়া চলি আছে। দুই-এদিনতে শুনানি প্ৰক্ৰিয়া শেষ হ’ব আৰু উক্ত গোচৰটো ন্যায়ালয়ে ৰায় প্ৰদান কৰিব বুলিও কৃষ্ণ গগৈয় কয়।

দোষমুক্ত ঘোষণাৰ পূৰ্বে কাৰাবন্দী অখিল নিয়া আদালতত হাজিৰ কৰোৱা হয়।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
ADVERTISEMENT
E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx