![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ নিযুক্তি কেলেংকাৰী মূল অভিযুক্ত প্ৰাক্তন ডি.আই.জি পিকে দত্তৰ জামিন নাকচ। গুৱাহাটী উচ্চ ন্যায়ালয়ে ধৃত প্ৰাক্তন বিষয়া গৰাকীৰ জামিন নাকচ কৰিছে।
উল্লেখ ৰাজ্য কপোৱা এছ.আই কেলেংকাৰীত প্ৰাক্তন ডিআইজিগৰাকী জড়িত গুৰুত্বৰ অভিযোগ আছে আৰক্ষীৰ অভিযোগনামাত। তাৰ ভিত্তিতে চৰকাৰী পক্ষৰ অধিবক্তাই প্ৰদৰ্শন কৰিছিল যুক্তি।
গুৰুত্বপূৰ্ণ কথা কিছুদিন পূৰ্বে অন্য এগৰাকী মূল অভিযুক্ত বিজেপি নেতা দিৱন ডেকা জামিন আৱেদন নাকচ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে।













