![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম আৰক্ষীত বৃহৎ ৰদবদল ৷ ৰাজ্যখনৰ ১৯৩গৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক বদলি কৰা হৈছে ৷
আনহাতে, গুৱাহাটী মহানগৰীৰ আটাইকেইখন থানাৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক অন্য থানালৈ বদলি কৰা হৈছে৷ ডেৰ শতাধিক অ’চিৰ একেলগে এই বদলিকৰণ অসম আৰক্ষীৰ ইতিহাসত এয়াই প্ৰথম৷












