![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাত অঘটন। বজ্ৰ পৰি অসুস্থ এগৰাকী যুৱতী। ঘটনাটো সংঘটিত হৈছে লংকাৰ জুঠাংবস্তিত। অসুস্থ যুৱতীগৰাকীৰ নাম ৰুবি ঘোষ। বয়স প্ৰায় ১৫ বছৰ । পৰিয়ালৰ লোকে ১০৮ সেৱাক যোগাযোগ কৰি সুফল নাপাই বৰ্তমান টেম্পুত অসুস্থ অৱস্হাত যুৱতীগৰাকীক লৈ যোৱা হয় লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ। জীৱন মৰণৰ সতে যুঁজি আছে যুৱতীগৰাকীয়ে।











