নিউজ ডেস্কঃ
দেশবাসী বাবে দুখবৰ। টকি’অ অলিম্পিকত পদক লাভৰ পৰা বঞ্চিত এম.চি মেৰিকম।
বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা প্ৰি-কোৱাৰ্টাৰত পৰাস্ত মণিপুৰৰ বক্সাৰগৰাকী।
২-৩ ব্যৱধানত ইঙ্গিত ভেলেঞ্চিয়া হাতত পৰাস্ত অলিম্পিক বিজয়ী ভাৰতীয় মহিলা বক্সাৰগৰাকী।

© 2020 Assam Times Post. | Powered By Webx