নিউজ ডেস্কঃ
অলিম্পিক বেডমিণ্টনৰ ছেমি ফাইনেলত উপনীত হ’ল পি ভি সিন্ধু। লগে লগে আন এটি পদক যোগ হ’ল ভাৰতৰ পদক তালিকাত। কোৱার্টাৰ ফাইনেলত জাপানৰ আকানে ইয়ামাগুচিক পৰাস্ত কৰে তেওঁ।

© 2020 Assam Times Post. | Powered By Webx