ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুৰ ৰাম-মঞ্জু কাণ্ড: বিতৰ্কিত ব্যৱসায়ী ৰাম অৱতাৰ স্বামীকো তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাই জিলা উপায়ুক্তলৈ সাহিত্য সভাৰ আবেদন

ASSAM TIMES POST by ASSAM TIMES POST
September 12, 2019
Reading Time: 1 min read
A A
0
ডিফুৰ ৰাম-মঞ্জু কাণ্ড: বিতৰ্কিত ব্যৱসায়ী ৰাম অৱতাৰ স্বামীকো তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাই জিলা উপায়ুক্তলৈ সাহিত্য সভাৰ আবেদন

ASSAM TIMES POST
ডিফু: অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক ( ৰাংচিনা ভৱন)ৰ কাৰ্যালয়ৰ সম্পাদক মঞ্জু হাজৰিকাৰ বিৰুদ্ধে যোৱা ২৯ আগষ্টত ডিফুৰ ব্যৱসায়ী ৰাম অৱতাৰ স্বামীক ব্লেকমেইলিঙ কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা কাৰ্যকলৈ সৰৱ হৈ পৰিছে কাৰবি আংলং আৰু ডিফু সাহিত্য সভাই৷

RELATED POSTS

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

IMG 20190912 WA0010 | ASSAM TIMES POST

এইলৈ জয়চিং টকবীয়ে সম্পাদকৰ দায়িত্ব লোৱাৰ পিছত আজি সাহিত্য সভাৰ এক সঁজাতি দলে জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াক সাক্ষাৎ কৰি এক লিখিত অৰ্পণ কৰে ৷

আবেদন পত্ৰখনত উল্লেখ থকা অনুসৰি অসম সভাৰ দৰে সৰ্ববৃহৎ জাতীয় অনুষ্ঠানৰ আঞ্চলিক সম্পাদক পদত অধিষ্ঠিত গুৰুত্বপূৰ্ণ বিষয়ববীয়া এগৰাকীক আত্মপক্ষ সমৰ্থনৰ সামান্যতম কোনো সুযোগ নিদিয়াকৈ ৰাম অৱতাৰ স্বামীৰ দৰে বহু বিতৰ্কিত ব্যৱসায়ী এজনে যোৱা ২৯ আগষ্টত ডিফু থানাত ৰুজো কৰা ফৌজদাৰী গোচৰৰ ভিত্তিত ৰাংছিনা ভৱনৰ আঞ্চলিক সম্পাদক মঞ্জু হাজৰিকাক ডিফু আৰক্ষীয়ে তৎপৰতাৰে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷

IMG 20190912 WA0007 | ASSAM TIMES POST

লক্ষণীয়ভাবে মঞ্জু হাজৰিকা বৰ্তমানলৈকে জেল হাজোতত আছে ৰাম অৱতাৰ স্বামীক জিলাখনৰ কেইবাটাও দল সংগঠনে নিৰপেক্ষ তদন্তৰ আওতালৈ দাবী উত্থাপন কৰিছিল যদিও আৰক্ষীয়ে আজিলৈকে তেওঁক তদন্তৰ আওতালৈ নানিলে ৷

ৰাম অৱতাৰ স্বামী জিলাখনৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী হোৱাৰ বাবেই আৰক্ষীৰ তদন্ত নিৰপেক্ষ নোহোৱাৰ কথা ইতিমধ্যে কেইবাখনো বাতৰি কাকতত সবিস্তাৰে প্ৰকাশ পাইছে ৷

ৰাম অৱতাৰ স্বামী আৰু মঞ্জু হাজৰিকাই সঁচাকৈয়ে যদি বিবাশ পাশত আৱদ্ধ হৈছিল তাৰ বাবে দুয়োপক্ষ জগৰীয়া বুলি সাহিত্য সভাই অনুভৱ কৰিছে ৷ হিন্দু আইন অনুসৰি নিজৰ পত্নী তথা পৰিয়াল থকাৰ পিছতো অন্য নাৰীক বিয়া কৰোৱাৰ অপৰাধত ৰাম অৱতাৰ স্বামী অধিক জগৰীয়া ৷

সেয়ে ঘটনা সন্দৰ্ভত আইন আৰু প্ৰশাসনৰ প্ৰতি অধিক আস্থাশীল আৰু বিশ্বাস সুদৃঢ় কৰিব বুলি জিলা সাহিত্য সভা আৰু ডিফু সাহিত্য সভাই জিলা উপায়ুক্তৰ আবেদনৰ জৰিয়তে আশা ব্যক্ত কৰিছে ৷

Tags: Featured
Share11Tweet3Send

Related Posts

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
ADVERTISEMENT
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

July 10, 2026
50
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx