ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুৰ হাফজানত এদিনীয়া প্ৰীতি ফুটবল খেল:

৪-২ৰ ব্যৱধানত জয়ী ছিৰভ'ম' ইয়ুথ ফুটবল ক্লাৱ

ASSAM TIMES POST by ASSAM TIMES POST
August 16, 2021
Reading Time: 1 min read
A A
0
ডিফুৰ হাফজানত এদিনীয়া প্ৰীতি ফুটবল খেল:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু : ৭৫ সমখ্যক স্বাধীনতা দিৱস উপলক্ষে ডিফুৰ নিকটৱৰ্তী আপাৰ ডিলাজী লংকি তিমুঙ গাঁৱৰ ছিৰভ’ম খেল পথাৰত দেওবাৰে এদিনীয়া ফুটবল খেল অনুষ্ঠিত হৈ যায় ৷ ডিফু পৌৰ নিগমৰ তেৰ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ ছিমন ফাংচ’ৱে আয়োজন কৰা এদিনীয়া ফুটবল খেলখনত স্থানীয় ৮ টা ফুটবল ক্লাৱে অংশ গ্ৰহণ কৰে ৷

দিনটো খেলৰ অন্তত হিদিচাজিৰ ফুটবল ক্লাৱ আৰু স্থানীয় ছিৰভ’ম’ ক্লাৱে ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে ৷ দেওবাৰে বিয়লি হাফজানৰ আপাৰ ডিলাজী লংকি তিমুং গাঁৱৰ ছিৰভ’ম’ খেল পথাৰত অনুষ্ঠিত তীব্ৰ প্ৰতিদ্বন্ধিতামূলক খেলত স্থানীয় ছিৰভ’ম’ ইয়ুথ ক্লাৱে হিদিচাজিৰ ক্লাৱক ৪-২ গ’লৰ ব্যৱধানত হেৰুৱাই চূড়ান্ত খিতাপ অৰ্জন কৰে ৷

9b356ac1 50b8 44e0 9732 fd5f3f22e193 | ASSAM TIMES POSTচুড়ান্ত বিজয়ী দলক নগদ ৫ হাজাৰ টকাৰ নগদ ধন সহ ট্ৰফী প্ৰদান কৰাৰ বিপৰিতে বিজেতা দলক ৩ হাজাৰ টকা নগদ ধন সহ ট্ৰফী প্ৰদান কৰা হয় ৷ শ্ৰেষ্ট খেলুৱৈৰ সন্মান লাভ কৰে হিদিচাজিৰ দলৰ জেকচন বে আৰু শ্ৰেষ্ট গ’ল কীপাৰৰ সন্মান লাভ কৰে হিদিচাজিৰ দলৰ চাৰপাংৰি ৰংপিয়ে ৷ খেলৰ অন্তত বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰসংগত খেলখনৰ আয়োজক ডিফু পৌৰ নিগমৰ তেৰ নং ৱাৰ্ডৰ ৱাৰ্ড কমিতৃচনাৰ ছিমন ফাংচ’ৱে কয়যে, উক্ত খেলপথাৰত চলিত বছৰতে অক্টোবৰ প্ৰথম সপ্তাহতে ধনশিৰি পৰিষদীয় সমষ্টিৰ ক্লাৱ সমূহৰ মাজত লীগ পৰ্যায়ৰ খেল অনুষ্ঠিত কৰা হব ৷

ইয়াৰোপৰি খেল পথাৰখনৰ উন্নীত কৰণৰ বাবে স্থানীয় বিধায়ক পূঁজীৰ ব্যৱহাৰ কৰা হব বুলি কয় ৷ আনহাতে মুখ্য অতিথি হিচাপে উপস্থিত থকা পূৱ কাৰবি আংলং বিজেপিৰ সভাপতি ধনছিং টেৰণে কয়যে, চূড়ান্ত খেলখনত দুয়োটা দলে আকৰ্ষণীয় আৰু আমোদজনক খেল প্ৰদৰ্শন কৰিছে এনেদৰে খেলিলে এই দল সমূহৰ পৰা একোজন দক্ষ আৰু বিচক্ষণ খেলুৱৈৰ সৃষ্টি হব আৰু ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰায়ৰ বাবে নিৰ্বাচিত হোৱাৰ আশা আছে ৷

খেলৰ প্ৰথমাৰ্দধত স্থানীয় বিধায়ক বিদ্যাচিং ইংলেং মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিছিল যদিও বিশেষ কাৰণ বশতঃ তেওঁৰ প্ৰস্থানৰ পিছত কাৰবি আংলঙ বিজেপি সভীপতি ধনছিং টেৰণে মুখ্য অতিথি হিচাপে থাকে ৷ খেলখনত সন্মানীয় অতিথি হিচাপে ভিডিচি অধ্যক্ষ এনড্ৰিউ ৰংপি, গ্ৰেটাৰ বাজাৰ কমিটি ডিফুৰ প্ৰাক্তন সভাপতি বিৰেন ৰংপি আৰু অনান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

Tags: karbi anglong
Share4Tweet3Send

Related Posts

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

by ASSAM TIMES POST
July 25, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

by News Desk
July 22, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
ADVERTISEMENT
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx