ASSAM TIMES POST
গুৱাহাটীঃ চূড়ান্ত এনআৰচিৰ পূৰ্ণাংগ তালিকা শনিবাৰে প্ৰকাশ পায়। এনআৰচিৰ ৱেবচাইট nrcassam.nic.inত উপলব্ধ হৈছে এই পূৰ্ণাংগ তালিকাখন। ইয়াতে যিসকল লোকৰ নাম এনআৰচিত বাদ পৰিছিল, তেওঁলোকে কাৰণটো জানিব পাৰিব। উল্লেখযোগ্য যে গত ৩১ আগষ্টত প্ৰকাশ পোৱা চূড়ান্ত এনআৰচিৰপৰা নাম বাদ পৰিছে ১৯,৬,৬৫৭ জন লোকৰ। চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হয় ৩,১১,২১,০০৪ জন লোকৰ নাম।













