ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

জনীয়া বিধানসভা সমষ্টিৰ উপনিৰ্বাচনঃ তৎপৰ শাসক- বিৰোধী

ASSAM TIMES POST by ASSAM TIMES POST
September 17, 2019
Reading Time: 1 min read
A A
0
জনীয়া বিধানসভা সমষ্টিৰ উপনিৰ্বাচনঃ তৎপৰ শাসক- বিৰোধী

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

শেহতীয়া লোকসভা নিৰ্বাচনৰ পাছতে অসমত চাৰিটাকৈ বিধানসভা সমষ্টিত উপনিৰ্বাচন নিশ্চিত হৈ পৰিছিল৷ এই চাৰিটা সমষ্টিৰ ভিতৰত অন্যতম হ’ল জনীয়া বিধানসভা সমষ্টি৷

উল্লেখযোগ্য যে জনীয়া বিধানসভা সমষ্টিত বিধায়ক আছিল কংগ্ৰেছ নেতা আব্দুল খালেক৷ যোৱা লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিৰ পৰা সাংসদ হিচাপে জয়ী হৈছিল আব্দুল খালেক৷ ইয়াৰ লগে লগে জনীয়া বিধানসভা সমষ্টিত বিধায়ক পদতো খালি হৈ পৰে৷ জনীয়া বিধানসভা সমষ্টিত বিধায়ক পদ খালি হৈ পৰাৰ পাছতে তৎপৰ হৈ পৰে শাসক আৰু বিৰোধী দল৷ দখলত থকা সমষ্টিটো কংগ্ৰেছে পুনৰ নিজৰ হাতত ৰখাৰ চেষ্টাত যুঁজ আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছৰ হাতৰ পৰা সমষ্টিটো উদ্ধাৰ কৰাৰ যুঁজ৷

সেয়ে জনীয়া বিধানসভা সমষ্টি দখলত মৰণ পন যুঁজ আৰম্ভ হৈছে শাসক আৰু বিৰোধীৰ মাজত৷ উল্লেখযোগ্য যে জনীয়া বিধানসভা সমষ্টিত ৰাজ্যখনৰ আন তিনিটা বিধানসভা সমষ্টিৰ সৈতে উপনিৰ্বাচন অনুষ্ঠিত হ’ব৷ অহা শাৰদীয় দুৰ্গোৎসৱৰ পাছতে এই উপনিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ জনীয়া বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ দিন স্থিৰ নহ’লেও প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলৰ মাজত কুচকাৱাজ আৰম্ভ হৈছে৷

বিশেষকৈ সমষ্টিটোত শাসকীয় বিজেপি, বিৰোধী দল কংগ্ৰেছ, এআইইউডিএফৰ প্ৰাৰ্থীসকলৰ মাজত টিকেটৰ যুঁজ আৰম্ভ হৈছে৷ জানিব পৰা মতে সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দৌৰত আছে কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ এম মোজাম্মিল হুছেইন, অৱসৰপ্ৰাপ্ত উচ্চ শিক্ষা সঞ্চালক দেলোৱাৰ হুছেইন, প্ৰাক্তন বিধায়ক আব্দুছ ছোবাহান, ড° দেৱান আৰশ্বাদ আহমেদ, বালিকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফজলুৰ ৰহমান, যুৱ নেতা আমিৰুল ইছলাম খান, ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি আজগৰ আলী আহমেদ, যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি জাকিৰ হুছেইন, অধিবক্তা হবিবুৰ ৰহমান৷

আনহাতে শাসকীয় দল বিজেপিৰ টিকেটৰ দাবীদাৰসকলৰ ভিতৰত উচ্চাৰণ হৈ থকা নাম কেইটাৰ ভিতৰত আছে বিশিষ্ট সমাজকৰ্মী আব্দুছ ছামাদ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্বাহিদুল ইছলাম, বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মজিবৰ ৰহমান খান, নুৰুল আমিন৷ ইপিনে এআইইউডিএফৰ পৰা টিকটৰ দাবীদাৰ হ’ল প্ৰাক্তন বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম৷ মন কৰিব লগীয়া যে আসন্ন উপনিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে শাসকীয় আৰু বিৰোধী দলবোৰে প্ৰচাৰ অভিযান আৰম্ভ কৰা নাই যদিও ভোটাৰৰ মাজত শক্তি বৃদ্ধিৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷

Tags: Featured
Share4Tweet3Send

Related Posts

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
ADVERTISEMENT
E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx