ASSAM TIMES POST
আছিফ আলি,শিৱসাগৰ:
● NRC ত ৫৮ হাজাৰ কোঁচ ৰাজবংশী খিলঞ্জীয়া লোক বাদ পৰাৰ প্ৰতিবাদৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত কৰা প্ৰতাৰণাৰ প্ৰতিবাদত এই বন্ধ ।
● কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা ৷
● এনে প্ৰবঞ্চনা অব্যাহত থাকিলে সশস্ত্ৰ পন্থা লৈ জংঘললৈ যোৱাৰ হুংকাৰ।
● শিৱসাগৰ চহৰৰ দ’লমুখ চাৰিআলি, ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ সন্মুখ, অ’এনজিচিৰ পৰিবহন শাখাৰ সন্মুখ, ৰংঘৰৰ সন্মুখ, জয়সাগৰ, ভটীয়াপাৰ, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰ প্ৰতিটো ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থকৰ
● আক্ৰাছুৰ অসম বন্ধত শিৱসাগৰত প্ৰভাৱ বৰ্তমানলৈকে সৰ্বাত্মক।
● যাতায়ত ব্যৱস্থা ব্যাহত ৷ দোকান -বজাৰ বৰ্তমানলৈকে বন্ধ।
● দূৰণীবটীয়া যাত্ৰীৰ আহুকাল ৷
● আৰক্ষী প্ৰশাসনৰ বন্ধ বিফল কৰাৰ প্ৰয়াস ৷