ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষ্যে নাজিৰা মহকুমাত পশু চিকিৎসা শিবিৰ অনুষ্ঠিত

ASSAM TIMES POST by ASSAM TIMES POST
September 20, 2019
Reading Time: 1 min read
A A
0
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষ্যে নাজিৰা মহকুমাত পশু চিকিৎসা শিবিৰ অনুষ্ঠিত

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

অমৃত কুমাৰ শৰ্মা,শিৱসাগৰঃ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ উদ্যোগত বামুণপুখুৰী চাহ বাগিছা আৰু নাজিৰা গোশালাত দুটা বিনামূলীয়া পশু টীকাকৰণ তথা চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়।

8318c92c f99e 4241 aefc de3877814fb1 | ASSAM TIMES POST

ভাৰতীয় জনতা পার্টিৰ কৃষক মৰ্চা আৰু ৰজাভেতা গাওঁ পঞ্চায়তৰ সহযোগত আয়োজিত উক্ত শিবিৰ দুটাত ৫৪৭ পশুধনক চবকা ৰোগৰ প্ৰতিষেধক প্ৰদান কৰা হয়।

89600cc8 e5b8 4e22 8bdc 1b66841e53ab | ASSAM TIMES POST

তদুপৰি শতাধিক গৰু, ছাগলী, গাহৰি আৰু কুকুৰাৰ প্ৰয়োজনীয় চিকিৎসা পৰামর্শৰ লগতে পেলুৰ দৰৱ, ভিটামিন আদি প্ৰদান কৰা হয়। নাজিৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাঃ জগদীশ বৰ্মনৰ নেতৃত্বত অনুষ্ঠিত এই পশু চিকিৎসা শিবিৰত বিভাগটোৰ ক্ষেত্র সহায়ক জিতু দুৱৰাৰ লগতে কৰ্মচাৰীদ্বয় থানেশ্বৰ দত্ত আৰু ললিত গগৈয়ে সহযোগিতা আগবঢ়ায়।

bc7b9f18 6c49 41b6 823d 530eb8fef08c | ASSAM TIMES POST

দেশৰ প্রধান মন্ত্রী নৰেন্দ্র মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি অনুষ্ঠিত শিবিৰত ভাৰতীয় জনতা পাৰ্টিৰ কৃষক মৰ্চাৰ ৰাজ্যিক সমন্বয়ক নিতুলমনি বৰা আৰু ৰজাভেতা গাওঁ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰণৱজ্যোতি দুচাদৰ লগতে কেইবাজনো ৱাৰ্ড সদস্যই সক্রিয় অংশগ্রহণ কৰে।

Tags: Featured
Share4Tweet3Send

Related Posts

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
ADVERTISEMENT
E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx