ASSAM TIMES POST
অমৃত কুমাৰ শৰ্মা, শিৱসাগৰঃ সমগ্ৰ অসমৰ লগতে শিৱসাগৰতো ২০ ছেপ্তেম্বৰৰ পৰা ২৭ ছেপ্তেম্বৰলৈ জলবায়ু ধৰ্মঘট কাৰ্য্যসূচী হাতত লোৱা পৰিলক্ষিত লৈছে৷

ইলোৰা বিজ্ঞান মঞ্চ শিৱসাগৰ আৰু হাঁহচৰা শাখাৰ যৌথ উদ্যোগত নগৰৰ থানুৰাম গগৈ উচ্চ মাধ্যমিক বিদ্যালয়, নাজিৰাৰ লাদৈগড় উচ্চ মাধ্যমিক বিদ্যালয় আদিত প্ৰথম কাৰ্য্যসূচী হিচাপে জলবায়ু পৰিৱৰ্তন আৰু বিশ্ব উষ্ণায়ন ৰোধৰ দাবীত ‘জলবায়ু ধৰ্মঘট’ পালন কৰে৷













