ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

দূৰ্গোৎসৱত ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকে মন জিনিলে পশ্চিম নলবাৰীবাসীৰ

Staff Reporter by Staff Reporter
October 23, 2021
Reading Time: 1 min read
A A
0
দূৰ্গোৎসৱত ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকে মন জিনিলে পশ্চিম নলবাৰীবাসীৰ

logo new 2 1 1 4 1 3 8 | ASSAM TIMES POST

RELATED POSTS

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

বিশেষ প্ৰতিবেদনঃ

প্ৰায় দুই বছৰ ভাবি আছিলোঁ ভ্ৰাম্যমাণ ভাল দিন কেতিয়া আহিব ? ক’ভিড-১৯ সৃষ্ট পৰিৱেশ কিছু উন্নত হোৱাত চৰকাৰৰ নতুন নিৰ্দেশ মৰ্মে যোৱা ৯ অক্টোবৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট প্ৰদৰ্শনৰ বাবে অনুমতি প্ৰদান কৰে । নাটক হৃদয়ৰ পৰা ভালপোৱা পশ্চিম নলবাৰীৰ ভ্ৰাম্যমাণ দৰ্শকৰ মন প্ৰফুল্লিত হৈ পৰে । নাটকৰ চঞ্চল বতাহে কঁপাই তোলে নাট্যপ্ৰেমী দৰ্শকৰ হৃদয়। শাৰদীয় এই পৰিবেশ ভ্ৰাম্যমাণৰ প্ৰযোজক , শিল্পী,কলা-কুশলী, দৰ্শক সবল সম্প্ৰীতিৰ বান্ধোনেৰে হয় স্নেহবন্ধন ।এইবাৰ বহুত অসুবিধাৰ সন্মুখীন হ’ব লগা ‌হৈছে। তাৰ পিছতো কিছুমান প্ৰযোজকে দুঃসাহস কৰি ভ্ৰাম্যমাণ থিয়েটাৰক নিজৰ চিনাকি বৰ্তাই ৰখাৰ স্বাৰ্থত নাট্য অভিনয় কৰিলে।ঐতিহ্যমণ্ডিত বেলশৰ বিলেশ্বৰ দেৱালয়ৰ দূৰ্গা পূজা ত উদয়ন, আৱাহন আৰু ইতিহাস থিয়েটাৰে তিনি নিশাৰ বাবে নাট প্ৰদৰ্শন কৰে ।

WhatsApp Image 2021 10 23 at 09.57.01 | ASSAM TIMES POST

উদয়ন থিয়েটাৰে মহাষষ্ঠী দিনা বেলশৰত এই বৰ্ষৰ নাট্যযাত্ৰা চম্পক শৰ্মাৰ “সীতাৰ অগ্নি পৰীক্ষা ” নাটেৰে শুভ মুক্তি হয় । দ্বিতীয় দিনা অভিজিৎ ভট্টাচাৰ্য্যৰ “মৰমৰ দালাল” আৰু তৃতীয় নিশা যুৱ নাট্যকাৰ ৰাজদ্বীপৰ “বুকুৰ মাজত তুমি” নাটখনে দৰ্শকক আকৃষ্ট কৰে। যদিও তিনিটা নিশা উদয়ন থিয়েটাৰে নাট মঞ্চস্থ কৰে কিন্তু প্ৰথম আৰু দ্বিতীয় নিশাৰ নাটকৰ দৰ্শকতকৈ তৃতীয় নিশা দৰ্শকৰ যথেষ্ট সহাৰি দেখিবলৈ পোৱা যায়। নৱমী দিনা আৱহনে বেলশৰত প্ৰথম নিশা নাট ‘গৃহবন্দিনী’ আৰু ইতিহাসে ‘ভুল নুবুজিবা ভূপেন দা’ নাটৰে ভ্ৰাম্যমাণ ৰ অ-ঘোষিত প্ৰতিযোগিতাৰ পাতনি মেলে কিন্তু তুলনামূলকভাৱে ইতিহাসে দুয়োটা দৰ্শনীত আৱাহনতকৈ দৰ্শকৰ সংখ্যা বেছি ।দশমীৰ দিনা আৱাহন আৰু ইতিহাসত অভিজিৎ ভট্টাচাৰ্য্যৰ ‘মধুবালা’আৰু ‘সোনৰ খাৰু নালাগে মোক ‘নাট দুখন মঞ্চস্থ হয় । সেইদিনা দুয়োটা দৰ্শনীত ইতিহাসৰ দৰ্শক বেছি দেখিবলৈ পোৱা যায় । একাদশীৰ দিনা আৱাহনৰ মঞ্চত অসম বুৰঞ্জীৰ কৰুণ জীৱন গাঁথা সম্বলিত নাট অভিজৎ ভট্টাচাৰ্য্যৰ ‘জয়মতী’ আৰু ইতিহাসত প্ৰথম দৰ্শনীত ধ্ৰুৱজ্যোতি শৰ্মাৰ ‘বৃদ্ধাশ্ৰমত জুই’ দ্বিতীয় দৰ্শনীত পুনৰ ‘সোনৰ খাৰু নালাগে মোক’ নাট খন মঞ্চস্থ কৰে ।

‘জয়মতী’ নাটখনক দুয়োটা দৰ্শনীত ইতিহাস থিয়েটাৰতকৈ দৰ্শকে বিপুল ভাবে আদৰি লয়। উল্লেখ্য যে দুয়োটা নাট্যদলে তিনি নিশাত দুটাকৈ দৰ্শনী নাট প্ৰদৰ্শন কৰে যদিওঁ প্ৰস্তুতি পৰাশৰ অভিনীত তথা প্ৰযোজিত আৱাহন থিয়েটাৰতকৈ মৃদুল ভূঞা অভিনীত ইতিহাস থিয়েটাৰৰ দুই নিশাত দৰ্শকৰ সহাৰি পিনে লক্ষ্য ৰাখিলে অঘোষিত নাট প্ৰতিযোগিতাত বেলশৰত ইতিহাস থিয়েটাৰে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হয় । চামতাত কুলবিল শিৱালয় প্ৰাংগনত সুবোধ মজুমদাৰ প্ৰযোজিত সোনালী জয়ন্তী অতিক্ৰম কৰা নাট্যদল থিয়েটাৰ ভাগ্যদেৱীয়ে নৱমী,দশমী, একাদশীত যথাক্ৰমে পল্লৱ পৱনৰ ‘মহালয়া’ চম্পক শৰ্মাৰ’মহাস্মশান’ আৰু তিলক বৈশ্যৰ ‘মাতাল পৃথিৱী’ নাট‌ তিনিখনে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।দুটি নিশা দৰ্শকৰ মৰমত দুটাকৈ দৰ্শনী প্ৰদৰ্শন কৰা নাট্যদলটোৰ এইবেলি দলগত অভিনয় আৰু নাটকৰ মানদণ্ড দৰ্শকক আমোদ প্ৰদান কৰে। ককয়াত থিয়েটাৰ বীনাপাণিয়ে নৱমী, দশমী, একাদশীত তিনিজন নাট‌্যকাৰ তিনিখন ভিন্ন ৰুচিৰ কাহিনীৰ নাট প্ৰদৰ্শন কৰি দৰ্শকৰ সহাৰি লাভ কৰে ।

কিছু পলমকৈ হ’লেও নাট্যযাত্ৰা আৰম্ভ কৰা নাট্যদল সমূহৰ নাট পশ্চিম নলবাৰীৰ দৰ্শকে উপভোগ কৰি বিমল আনন্দ লাভ কৰিছে । এই দুৰ্যোগৰ মাজতো এইবেলি দৰ্শকে পূৰ্বৰ দৰে ভ্ৰাম্যমাণ থিয়েটাক‌ অধিক আগ্ৰহৰে আকোঁৱালি লৈছে। অসমৰ স্বাভিমান ভ্ৰাম্যমাণ থিয়েটাৰৰ এই বিজয়যাত্ৰা অব্যাহত থাকক তাকেই কামনা কৰিলোঁ।

( নিয়ন‌ দেৱ বৰ্মনৰ সহযোগত)

Share4Tweet3Send

Related Posts

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
ADVERTISEMENT
Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ
National-International

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

August 12, 2026
50
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল
National-International

Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

August 12, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

August 12, 2026
50
Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী
National-International

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

August 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

August 12, 2026
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

August 12, 2026
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

August 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx