![]()
নিউজ ডেস্কঃ
মহানগৰী লখৰাত ভুৱা ডিগ্ৰীধাৰী চকুৰ চিকিৎসক ৷ড° অমল শৰ্মা নামৰ ভুৱা চিকিৎসক গৰাকীক শনিবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।ভুৱা চিকিৎসা ডিগ্ৰীৰে দীৰ্ঘদিনে চলাই আহিছিল চকু চিকিৎসা।
শনিবাৰে ড° অভিজিত নেওগৰ নেতৃত্বত গড়চুক আৰক্ষীৰ অভিযানত ধৰা পৰে ভুৱা চিকিৎসক গৰাকী ৷
Rio Digital Lenses pvt ltd. নামৰ প্ৰতিষ্ঠানখনত চলিছিল এই ভুৱা চিকিৎকৰ চিকিৎসা।













