ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

লাহৰিজানত ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে আৰক্ষীৰ গুলীয়াগুলী : মৃত্যু ১

জব্দ প্ৰায় ৫ কোটিৰ হেৰইন

ASSAM TIMES POST by ASSAM TIMES POST
October 25, 2021
Reading Time: 1 min read
A A
0
লাহৰিজানত ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে আৰক্ষীৰ গুলীয়াগুলী : মৃত্যু ১

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

নিউজ ডেক্স:

আজি সন্ধিয়া ৫.৩০ বজাত লাহৰিজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই তিনি-চাৰিজন ব্যক্তিয়ে ড্ৰাগছ সৰবৰাহৰ খবৰ লাভ কৰে৷ ব্যক্তিকেইজনে লাহাৰিজান আৰক্ষীচকীৰ নাকা তালাচী চকীৰ চকুত ধূলি দি দিচাপুৰ দেওবৰীয়া বজাৰ পথেৰে উক্ত ড্ৰাগছ সৰবৰাহ কৰাৰ তথ্যও লাভ কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে।

উক্ত তথ্য লাভ কৰি লগে লগে তাত এটা নাকা তালাচী চকী স্থাপন কৰে। সন্ধিয়া প্ৰায় ৬.৩০মান বজাত উক্ত স্থানত দুজন/তিনিজন ব্যক্তিৰ সন্দেহজনক চলাচল লক্ষ্য কৰি তালাচীৰ বাবে তেওঁলোকক ৰ’বলৈ কোৱা হয়। কিন্তু তৎমুহূৰ্ততে ব্যক্তিকেইজনে নাকা পাৰ্টিৰ ওপৰত গুলীচালনা কৰে।

আত্মৰক্ষাৰ বাবে নাকা দলটোৱেও গুলীৰে প্ৰত্যুত্তৰ দিয়ে। ইয়াৰ ১৫-২০ মিনিটমান পিছত অঞ্চলটোত তন্ন তন্নকৈ তালাচী চলাই মাটিত পৰি থকা অৱস্থাত গুলীবিদ্ধ এজন ব্যক্তিক উদ্ধাৰ কৰে। তেওঁৰ পৰা এটা ৭.৬৫ এমএম পিষ্টল আৰু এটা বেগ উদ্ধাৰ হয়।

বেগটো তালাচী কৰাৰ পিছত তাত ৬২৬ গ্ৰাম ওজনৰ ৫০টা হেৰইনৰ চাবোন কেছ আৰু ২০টা গুলী আৰু এটা মোবাইল ফোন জব্দ কৰা হয়। জানিব পৰা মতে উক্ত হেৰইনখিনিৰ বজাৰ মূল্য ৪-৫ কোটি টকা হ’ব৷ লগতে কিছু খালী কাৰ্টিজো উদ্ধাৰ হয়।

আনহাতে পলাই যোৱা লোককেইজনক ধৰিবলৈ আৰক্ষীয়ে অনুসন্ধান চলাই আছে আৰু দুজন ব্যক্তি নাগালেণ্ডৰ ফালে পলাই যোৱা বুলি প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা গৈছে।

Tags: karbi anglong
Share4Tweet3Send

Related Posts

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

by ASSAM TIMES POST
July 25, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

by News Desk
July 22, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
ADVERTISEMENT
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ
National-International

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

July 25, 2026
50
Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত
National-International

Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত

July 25, 2026
50
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

July 25, 2026
Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

July 25, 2026
Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত

Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT