![]()
নিউজ ডেস্কঃ
ভোটদাতাৰ শাৰীত থিয় হৈ নিজৰ অধিকাৰ সাব্যস্ত কৰে প্ৰাৰ্থী গৰাকীয়ে।
‘ভাল লাগিছে ৰাইজৰ আৰ্শীবাদ মোৰ শিৰত আছে।ৰাইজৰ মৰম কৰিছে-চেনেহ কৰিছে উপলব্ধি কৰিছোঁ।ৰাইজৰ মৰম আশীৰ্বাদে সংগ্ৰামী ৰাজনৈতিক যাত্ৰাত সহায় কৰিব বুলি আশাবাদী- ভোটাদান কৰি এইদৰে কয় কোঁৱৰে।এই যুঁজ বিশ্বাসঘাটক, প্ৰতাৰক, প্ৰৱঞ্ছকক পৰাস্ত বাবে।ঐক্যবদ্ধৰ ৰাইজৰ বিপৰীতে সুশান্ত বৰগোঁহাই যুঁজিব বিচৰা বুলি লগতে তেওঁ কয়।
উল্লেখ পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটদান।বিয়লি ৫বজালৈ অব্যাহত থাকিব ভোটগ্ৰহণ।













