ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

দুর্নীতিৰ অভিযোগ : মহাৰাষ্ট্রৰ প্রাক্তন গৃহমন্ত্রী অনিল দেশমুখক গ্ৰেপ্তাৰ

Staff Reporter by Staff Reporter
November 2, 2021
Reading Time: 1 min read
A A
0
দুর্নীতিৰ অভিযোগ : মহাৰাষ্ট্রৰ প্রাক্তন গৃহমন্ত্রী অনিল দেশমুখক গ্ৰেপ্তাৰ

logo new 2 1 1 4 1 3 | ASSAM TIMES POST

RELATED POSTS

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

নিউজ ডেস্কঃ

গ্ৰেপ্তাৰ হ’ল মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখ৷ বিত্তীয় দুর্নীতিৰ অভিযোগত দেশমুখক গ্রেপ্তাৰ কৰে ইডিয়ে। এনচিপিৰ এই ৰাজনৈতিক নেতাজনক সোমবাৰে মুম্বাইৰ কাৰ্যালয়ত প্রায় ১২ ঘণ্টা ধৰি জেৰাৰ পিছত সন্তোষজনক উত্তৰ নোপোৱাত নিশাই তেওঁক গ্রেপ্তাৰ কৰে ইডিয়ে।
অবৈধ বিত্তীয় লেনদেন, মুম্বাইৰ শীর্ষ আৰক্ষী বিষয়াৰ জৰিয়তে চান্দা তোলাৰ অভিযোগ দেশমুখৰ বিৰুদ্ধে। এই অভিযোগক কেন্দ্ৰ কৰি বিতর্ক আৰম্ভ হওঁতেই চলিত বছৰত তেওঁ মহাৰাষ্ট্র চৰকাৰৰ গৃহমন্ত্ৰীৰ পৰা ইস্তফাও দিয়ে।

উল্লেখ্য, যে মুকেশ আম্বানিৰ মুম্বাইৰ বাসগৃহৰ কিছু দূৰৈত বোমাতঙ্কৰ ঘটনাৰ তদন্তকাৰী প্রাক্তন আৰক্ষী বিষয়া পৰমবীৰ সিঙে তেওঁৰ ওপৰত আৰক্ষীৰ জৰিয়তে চান্দা সংগ্ৰহৰ অভিযোগ তুলিছিল৷ তেওঁৰ অভিযোগ আছিল, আৰক্ষীক ব্যৱহাৰ কৰি প্রতি মাহে ১০০ কোটি টকা পর্যন্ত চান্দা আদায় কৰে দেশমুখে। কিন্তু বোমাতঙ্কৰ ঘটনাৰ তদন্তৰ ভাৰ তেওঁৰ পৰা আঁতৰাই নিয়াৰ কিছু দিন পিছতেই দেশমুখৰ বিৰুদ্ধে মুখ খোলে পৰমবীৰে। অৱশ্যে এই অভিযোগ নস্যাৎ কৰি পৰমবীৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰাৰ ভাবুকি দিছিল দেশমুখে।

Share4Tweet3Send

Related Posts

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

by News Desk
August 7, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

by News Desk
August 7, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
ADVERTISEMENT
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

August 8, 2026
50
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

Assam Times Post is an Online Assamese and English News Portal from Assam.

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx