ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা:১২ কোটি টকাৰ নিষিদ্ধ হেৰইন সহ আটক দুই যুৱক

গাড়ীৰ পৰা পলাবলৈ লওঁতেই ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইনলৈ আৰক্ষীৰ গুলিচালনা।

Staff Reporter by Staff Reporter
November 17, 2021
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 6 | ASSAM TIMES POST

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু:পুণৰ বৰবিহ সদৃস মাৰাত্মক নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কাৰবি আংলং আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা ৷ প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰে নিশা বোকাজান আৰক্ষীৰ এক বিশেষ নাকা তালাচীত উদ্ধাৰ হয় এই বৃহৎ পৰিমানৰ ড্ৰাগছ খিনি ৷

বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বোকাজান অ’চি মনি চমুৱা, খটখটী অ’চি মৌবলিক ব্ৰক্ষ্ম, উপপৰিদৰ্শক মৃদুল ৰুদ্ৰ পাল, সহকাৰী উপপৰিদৰ্শক সুজিব বসুমতাৰী আৰু বোকাজান মাটিপুল গাওঁৰক্ষী বাহিনীৰ সহযোগত বোকাজানত বিশেষ নাকা তালাচী চলায় ৷

#AssamAgainstDrugs

In yet another smart operation by @assampolice, a team seized 1.77 kg heroin, in 150 soap boxes inside a two-wheeler at Matipul, at 9.30 pm on November 16. Two accused have been apprehended.

Good work by @bokajanpolice. Much appreciated.@DGPAssamPolice pic.twitter.com/jcoGUvqeHA

— Himanta Biswa Sarma (@himantabiswa) November 17, 2021

RELATED POSTS

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

উক্ত তালাচী কালতে খটখটী তালাচী পষ্ট পৰিহাৰ কৰি বোকাজান দিশে দুজন যুৱকে চলাই আহি থকা অৱস্থাত মাটিপলত AS09H4234 স্কুটিখনত তালাচী চলাই অভিযানকাৰী ১৫০ টা চাবোনৰ বাকচত ১ কেজি ৭৭৭ গ্ৰাম নিষিদ্ধ হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ হেৰইনখিনিৰ আন্তৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১২ কোটি টকা হব বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে ড্ৰাগছখিনি সৰুপথাৰ নাওঘাটলৈ নিয়াৰ পথতেই দুই ড্ৰাগছ সৰবৰাহকাৰী বিমল তাচ্ছা আৰু ছাদ্দাম হুছেইনক আটক কৰে আৰক্ষীয়ে।ইয়াৰে বিমল তচ্চা বোকাজান ঘৰিয়াঁলডুবি আৰু ছাদ্দাম হুছেইন মৰিগাওঁ জিলাৰ মৈৰাবাৰী থানা অন্তৰ্গত পাতেকীবাৰীৰ বুলি চিনাক্ত কৰা হৈছে ৷

আনহাতে যুৱক দুজনক কৰায়ত্ব কৰাৰ পিছত আৰক্ষীৰ গাড়ীৰ পৰা আৰক্ষীক ঠেলা মাৰি পলাবলৈ লওঁতেই ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইনলৈ আৰক্ষীৰ গুলিচালনা কৰোতে ছাদ্দাম হুছেইন আঘাত প্ৰাপ্ত হয় বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে৷

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

by News Desk
August 7, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

by News Desk
August 7, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
ADVERTISEMENT
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

August 7, 2026
50
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন
DIPHU

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

August 7, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

August 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

August 7, 2026
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

August 7, 2026
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx