ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

১৩২ বছৰ পিছত ভাৰত-নিউজীলেণ্ডৰ টেষ্টত ঘটিল এই ঘটনা!

News Desk by News Desk
December 3, 2021
Reading Time: 1 min read
A A
0
১৩২ বছৰ পিছত ভাৰত-নিউজীলেণ্ডৰ টেষ্টত ঘটিল এই ঘটনা!

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

IPL 2024 I নেতৃত্বত নাথাকে ধোনি, আইপিএলত কোন হ’ব চেন্নাইৰ অধিনায়ক?

IPL 2024 : আইপিএলৰ সূচী প্ৰকাশ

Yashasvi Jaiswal : দুটাকৈ ৰেকৰ্ডে অপেক্ষা কৰি আছে যুৱ ক্ৰিকেটাৰ জয়ছোৱালক, ভংগ হ’ব পাৰে গাভাস্কাৰৰ ৫৪ বছৰীয়া অভিলেখ

নিউজ ডেস্কঃ

ভাৰত আৰু নিউজীলেণ্ডৰ মাজত চলি আছে চলিত টেষ্ট শৃংখলাৰ দ্বিতীয় টেষ্ট। উক্ত টেষ্টতে ১৩২ বছৰ পিছত ঘটিল এক ঘটনা৷ দুই টেষ্টৰ কোনো শৃংখলাত চাৰিজন পৃথক অধিনায়কক দেখা গ’ল দ্বিতীয়বাৰৰ বাবে। প্ৰথমবাৰ এই ঘটনা ঘটিছিল ১৮৮৯ চনত।

নিউজীলেণ্ডৰ বিৰুদ্ধে প্রথম টেষ্টত ভাৰতক নেতৃত্ব দিছিল আজিংক্য ৰাহাণেই আৰু নিউজীলেণ্ডৰ অধিনায়ক আছিল কেন উইলিয়ামছন। দ্বিতীয় টেষ্টত আঘাতৰ বাবে দুয়োজনেই খেলা নাই। ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক কোহলিৰ প্ৰত্যাৱৰ্তন ঘটিছে দ্বিতীয় টেষ্টত। এই টেষ্টত নিউজীলেণ্ডক নেতৃত্ব দিছে টম লাথামে।

১৮৮৯ চনত দক্ষিণ আফ্রিকা ভ্ৰমণলৈ যোৱা ইংলেণ্ড দলক প্রথম টেষ্টত নেতৃত্ব দিছিল আউব্রে স্মিথে। দ্বিতীয় টেষ্টত অসুস্থতাৰ বাবে অধিনায়কত্ব দিয়া হয় মণ্টি বাউডেনক। দক্ষিণ আফ্রিকাক প্রথম টেষ্টত ওৱেন ডানেলে নেতৃত্ব দিয়ে৷ দ্বিতীয় টেষ্টত তেওঁৰ স্থানত অধিনায়ক পতা হয় উইলিয়াম মিল্টনক ৷

Share this:

  • Facebook
  • X

Like this:

Like Loading...

Related

Tags: Featured
Share5Tweet3Send

Related Posts

IPL 2024 I নেতৃত্বত নাথাকে ধোনি, আইপিএলত কোন হ’ব চেন্নাইৰ অধিনায়ক?
Sports News

IPL 2024 I নেতৃত্বত নাথাকে ধোনি, আইপিএলত কোন হ’ব চেন্নাইৰ অধিনায়ক?

by News Desk
March 21, 2024
53
IPL 2024 : আইপিএলৰ সূচী প্ৰকাশ
Sports News

IPL 2024 : আইপিএলৰ সূচী প্ৰকাশ

by News Desk
February 22, 2024
52
Yashasvi Jaiswal : দুটাকৈ ৰেকৰ্ডে অপেক্ষা কৰি আছে যুৱ ক্ৰিকেটাৰ জয়ছোৱালক, ভংগ হ’ব পাৰে গাভাস্কাৰৰ ৫৪ বছৰীয়া অভিলেখ
Sports News

Yashasvi Jaiswal : দুটাকৈ ৰেকৰ্ডে অপেক্ষা কৰি আছে যুৱ ক্ৰিকেটাৰ জয়ছোৱালক, ভংগ হ’ব পাৰে গাভাস্কাৰৰ ৫৪ বছৰীয়া অভিলেখ

by News Desk
February 21, 2024
52
Tragic Heroism: Young Boy Sacrifices Life to Save Disabled Father in Explosive Mishap
ALL NEWS

Tragic Heroism: Young Boy Sacrifices Life to Save Disabled Father in Explosive Mishap

by ASSAM TIMES POST
February 11, 2024
75
Assam Cracks Down on Exam Cheating: New Bill Introduces Harsh Penalties
ALL NEWS

Assam Cracks Down on Exam Cheating: New Bill Introduces Harsh Penalties

by ASSAM TIMES POST
February 5, 2024
59
Yashasvi Jaiswal : দ্বিশতক অৰ্জন কৰা তৃতীয় সৰ্বকনিষ্ঠ ভাৰতীয়ৰ ৰেকৰ্ড যশস্বী জয়ছোৱালৰ
Sports News

Yashasvi Jaiswal : দ্বিশতক অৰ্জন কৰা তৃতীয় সৰ্বকনিষ্ঠ ভাৰতীয়ৰ ৰেকৰ্ড যশস্বী জয়ছোৱালৰ

by News Desk
February 3, 2024
53
ADVERTISEMENT
Himanta Biswa Sarma on congress : হিমন্ত বিশ্বৰ গেৰাণ্টি, ২০২৬ চনৰ পূৰ্বে কংগ্ৰেছ শূন্য হ’ব অসম
Assam

Himanta Biswa Sarma on congress : হিমন্ত বিশ্বৰ গেৰাণ্টি, ২০২৬ চনৰ পূৰ্বে কংগ্ৰেছ শূন্য হ’ব অসম

March 28, 2024
53
Diphu Lok Sabha : ডিফুত কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান, লোকসভাৰ ১৩খন আসনতেই বিজয়ী হ’ম : মন্ত্রী জয়ন্তমল্ল
KARBI ANGLONG

Diphu Lok Sabha : ডিফুত কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান, লোকসভাৰ ১৩খন আসনতেই বিজয়ী হ’ম : মন্ত্রী জয়ন্তমল্ল

March 28, 2024
51
Supriya vs Kangana row : কঙ্গনা বিতর্কৰ ফল, নিৰ্বাচন আয়োগৰ জাননীৰ পিছত লোকসভাৰ প্রার্থী তালিকাৰ পৰা বাদ পৰিল সুপ্রিয়া
National-International

Supriya vs Kangana row : কঙ্গনা বিতর্কৰ ফল, নিৰ্বাচন আয়োগৰ জাননীৰ পিছত লোকসভাৰ প্রার্থী তালিকাৰ পৰা বাদ পৰিল সুপ্রিয়া

March 28, 2024
52
AFSPA in Nagaland : নাগালেণ্ডত অব্যাহত থাকিব আফস্পা
NORTHEAST

AFSPA in Nagaland : নাগালেণ্ডত অব্যাহত থাকিব আফস্পা

March 28, 2024
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Himanta Biswa Sarma on congress : হিমন্ত বিশ্বৰ গেৰাণ্টি, ২০২৬ চনৰ পূৰ্বে কংগ্ৰেছ শূন্য হ’ব অসম

Himanta Biswa Sarma on congress : হিমন্ত বিশ্বৰ গেৰাণ্টি, ২০২৬ চনৰ পূৰ্বে কংগ্ৰেছ শূন্য হ’ব অসম

March 28, 2024
Diphu Lok Sabha : ডিফুত কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান, লোকসভাৰ ১৩খন আসনতেই বিজয়ী হ’ম : মন্ত্রী জয়ন্তমল্ল

Diphu Lok Sabha : ডিফুত কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান, লোকসভাৰ ১৩খন আসনতেই বিজয়ী হ’ম : মন্ত্রী জয়ন্তমল্ল

March 28, 2024
Supriya vs Kangana row : কঙ্গনা বিতর্কৰ ফল, নিৰ্বাচন আয়োগৰ জাননীৰ পিছত লোকসভাৰ প্রার্থী তালিকাৰ পৰা বাদ পৰিল সুপ্রিয়া

Supriya vs Kangana row : কঙ্গনা বিতর্কৰ ফল, নিৰ্বাচন আয়োগৰ জাননীৰ পিছত লোকসভাৰ প্রার্থী তালিকাৰ পৰা বাদ পৰিল সুপ্রিয়া

March 28, 2024

Categories

ALL NEWS (17287) Assam (13025) BREAKING NEWS (6444) Business (31) Economy (76) Editorial (12) EDUCATION AND TECHNOLOGY (86) Entertainment (750) Entertrainment (413) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) Guwahati (1940) Health & Fitness (620) Jobs & Career (7) KARBI ANGLONG (2958) Lifestyle (23) literature (16) National-International (7424) NORTHEAST (652) Novels (3) Photo (5) Poems (9) Political (122) Recipes (6) Sports News (457) Stories (12) Tech (13) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d