ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বৰলাংফাৰ মঙ্গলধন বস্তিত স্বপ্নলোকৰ বস্ত্ৰ বিতৰণ

News Desk by News Desk
December 13, 2021
Reading Time: 1 min read
A A
0
বৰলাংফাৰ মঙ্গলধন বস্তিত স্বপ্নলোকৰ বস্ত্ৰ বিতৰণ

RELATED POSTS

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

New Logo Very Smal | ASSAM TIMES POST

ষ্টাফ ৰিপৰ্টাৰ

ডিফু : ডিফুৰ সামাজিক সংগঠন স্বপ্নলোকৰ তৰফৰ পৰা আজি বৰলাংফাৰ মঙ্গলধন বস্তিত বস্ত্ৰ বিতৰণ কৰা হয় ৷
মঙ্গলধন বস্তিৰ বৌদ্ধ মন্দিৰ প্ৰাংগনত সেই এলেকাৰ চাকমা, ৰিয়াং, কাৰবি, ডিমাছা আৰা বিহাৰী বস্তিৰ বৃদ্ধ লোকসকলৰ মাজত কম্বল আৰু সৰু-সৰু ল’ৰাছোৱালীৰ মাজত চুৱেটাৰ বিতৰণ কৰা হয়৷ প্ৰায় তিনিশ লোক উপস্থিত থকা বস্ত্ৰ বিতৰণ অনুস্হানত ১০০ বৃদ্ধ লোকক কম্বল আৰু ১০০ ল’ৰা-ছোৱালীৰ মাজত চুৱেটাৰ বিতৰণ কৰা হয় ৷ অনুষ্ঠানত স্বপ্নলোকৰ সভাপতি সঞ্জু বৰাই স্বপ্নলোকৰ সম্পাদিকা নিবেদিতা ঘোষে নিজে চকুৰে নেদেখিও কিদৰে দুখীয়া ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি আহিছে, প্ৰতি দেওবাৰে চানডে ফকাছ নামৰ এটা জনপ্ৰিয় অনুষ্ঠান চলাই আহিছে তাৰ ব্যাখ্যা কৰে ৷

CLOTHp0 1 | ASSAM TIMES POST

স্বপ্নলোকৰ বিভিন্ন শুভাকাংক্ষীয়ে দিয়া দানেৰে অভাৱগ্ৰস্ত লোকৰ মাজত কম্বল আৰু চুৱেটাৰ কিনি বিতৰণ কৰিবলৈ অনাৰ বিষয়ে কয় ৷ সম্পাদিকা নিবেদিতা ঘোষে ৰাইজৰ সহযোগত বস্ত্ৰ বিতৰণ সুকলমে হ’ব বুলি ৰাইজক কয় ৷ স্বপ্নলোকৰ তুলসী শৰ্মা, সন্দীপন সাৰঙ্গ, মধু, জেছমিনা প্ৰমুখ্যে কৰ্মকৰ্তাসকলক মঙ্গলধন চাকমা বস্তিৰ গাওঁবুঢ়া মনোৰঞ্জন চাকমা, শ্যামল চকমাসহ গাওঁবাসীয়ে সহযোগ কৰে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share6Tweet4Send

Related Posts

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
61
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
61
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
66
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

by News Desk
September 15, 2026
51
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

by News Desk
September 10, 2026
51
ADVERTISEMENT
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
50
Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ
National-International

Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ

September 19, 2026
50
Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ
Assam

Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

September 19, 2026
50
Zubeen Garg : জুবিনবিহীন এটা বছৰ, ৰাজ্যজুৰি প্ৰাণৰ শিল্পীক স্মৰণ
Assam

Zubeen Garg : জুবিনবিহীন এটা বছৰ, ৰাজ্যজুৰি প্ৰাণৰ শিল্পীক স্মৰণ

September 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ

Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ

September 19, 2026
Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

September 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d