![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
বৈঠালাংছ’ জৱাহৰ নবোদয় বিদ্যালয়ত ক’ভিডৰ ব্যাপক গণসংক্ৰমন । শিক্ষক-কৰ্মচাৰী, ছাত্ৰসহ মুঠ ১৫ জন ক’ভিডত আক্ৰান্ত । ৮ জন শিক্ষক-কৰ্মচাৰী,৭ জন ছাত্ৰ আক্ৰান্ত ক’ভিডত । ১২ জনক তুমপ্ৰেং স্থিত ক’ভিড কেয়াৰ চেন্টাৰলৈ প্ৰেৰণ । ৩ জনক হ’ম কোৱেৰেন্টাইন । বৰ্তমানেও জিলা প্ৰশাসনে ঘোষণা কৰা নাই কন্টেইনমেন্ট জ’ন।












