![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পশ্চিম কাৰ্বিআংলঙত ভয়ংকৰ অগ্নিকাণ্ড। হামৰেণৰ নতুন বজাৰত সংঘতিত এই অগ্নিকাণ্ড। হামৰেণ নতুন বজাৰৰ নিৰ্মল ৰয়ৰ বাসগৃহত সংঘতিত এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত এটি চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত বৃদ্ধি পায় জুইৰ লেলিহান শিখা। ফলত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় এটি বাসগৃহ। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।












