![]()
নিউজ ডেক্স:
বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডা ক’ৰোনাত আক্ৰান্ত ।কোভিড টেষ্টৰ ফলাফলৰ পাছতে তেওঁ নিজকে হোম আইছ’লেশ্যন কৰিছে।টুইটাৰযোগে এই কথা সদৰি কৰিছে ৰাষ্ট্ৰীয় অধ্যক্ষ গৰাকীয়ে ।
বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ গৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা লোককো কোভিড টেষ্ট কৰিবলৈ অনুৰোধ জনাই।













