![]()
দেশৰ ৭৩সংখ্যক গণৰাজ্য দিৱস শুভক্ষণত দুগৰাকী অসমীয়ালৈ পদ্মশ্ৰী সন্মান।ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰানালয়ে ঘোষণা কৰে এই বঁটা।
সামাজিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে শকুন্তলা চৌধুৰীক পদ্মশ্ৰী বঁটালৈ নিৰ্বাচিত কৰা হৈছে ।ইয়াৰ উপৰিও সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবেই ধনেশ্বৰ ইংতিক পদ্মশ্ৰী বঁটালৈ নিৰ্বাচিত কৰা হৈছে।













