![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাইতৰ ৰাইকটা ইছলামপুৰত বনৰীয়া হাতীৰ মৃত্যু। কোমোৰাকটা বনাঞ্চলৰ দাঁতিত উদ্ধাৰ প্ৰায় ৪-৫ বছৰীয়া মৃত মতা হাতীটো। কিবা বিষাক্ত খাদ্য সেৱন কৰি এনেদৰে মৃত্যু মুখত পৰিছে বুলি সন্দেহ বনবিভাগৰ।
বৰ্তমান বন বিভাগে ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ লগতে হাতীটো মাটিত পুতিৱৰ বাবে জেচিপি লৈ মাটি খন্দা পৰিলক্ষিত হৈছে।












