![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সোমবাৰে কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা কাৰাবন্দীসকলৰ অধিকাৰ আৰু কাৰাগাৰৰ নিয়মাৱলী সন্দৰ্ভত জিলা কাৰাগাৰত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়।

এই সভাখনত মুখ্য বক্তা হিচাপে উপস্থিত থাকে লিগেল এইড্ কাউন্সিলৰ সদস্য বিধান মজুমদাৰ আৰু কাৰাগাৰৰ নিয়মাৱলী সন্দৰ্ভত সহকাৰী কাৰাধ্যক্ষ্যই বক্তব্য আগবঢ়াই।













