![]()
ষ্টাফ ৰিপ’ৰ্টাৰঃ
ডিফু : সোমবাৰে কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা NALSAৰ জনজাতীয় লোকসকলৰ অধিকাৰৰ সুৰক্ষা আৰু প্ৰৱৰ্তন আঁচনি, ২০১৫ সন্দৰ্ভত ৰংচাম্প্ৰী গাঁৱত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়। এই সভাখনত মুখ্য বক্তা হিচাপে উপস্থিত থাকে লিগেল এইড্ কাউন্সিলৰ সদস্য ডেমালু হাসনু।

তাৰোপৰি সভাখনত কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকাৰীৰ Front Office Coordinator বীৰসিং তেৰাং, জিলা আইন সেৱা প্ৰাধিকাৰীৰ স্বেচ্ছাসেৱকসকল আৰু গাঁওবুঢ়া উপস্থিত থাকে।













