ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পাঠকৰ সঁহাৰি বিচাৰি ডিফুত ‘দাওহাৰু লংলাৰাম’ উপন্যাসৰ লেখিকা মিল’জা বসুমতাৰী

News Desk by News Desk
March 16, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST
ছাইদুল ইছলাম

RELATED POSTS

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং

ডিফু : জীৱনৰ প্ৰথমবাৰৰ বাবে ‘দাওহাৰু লংলাৰাম’ নামৰ উপন্যাস ৰচনা কৰি উপন্যাস খনৰ বাবে পাহাৰীয়া জিলা কাৰবি আংলঙৰ সঁহাৰি পাবলৈ ডিফুত উপস্থিত হৈছে লেখক মিল’জা বসুমতাৰী ৷ পেছাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা মিল’জা বসুমতাৰীয়ে বড়ো সকলে কাৰবি আংলঙলৈ প্ৰৱজন কৰা বিষয়ৰ আলমলৈ ৰচনা কৰা ১৬৮ পৃষ্ঠাজোৰা উপন্যাসখন ইতিমধ্যে গুৱাহাটীত উন্মোচন কৰা হৈছে ৷

আজি বিয়লি ডিফু প্ৰেছ ক্লাৱত আয়োজিত এক মত-বিনিময় অনুষ্ঠানত লেখিকা মিল’জা বসুমতাৰীয়ে উপন্যাসখনৰ সন্দৰ্ভত সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰে ৷ মত-বিনিময় অনুষ্ঠানত উপন্যাসখনৰ মূল চৰিত্ৰ দাওহাৰু লংলাৰামৰ ওপৰত আলোকপাত   কৰে ৷ লেখিকা গৰাকীয়ে ২৪০ টকা মূল্যৰ ‘দাওহাৰু লংলাৰাম’ উপন্যাসখন পাহাৰীয়া জিলাখনৰ পাঠকৰ যথোচিত সঁহাৰি পাব বুলি আশা ব্যক্ত কৰে ৷ আজিৰ গাম্ভীৰ্যপূৰ্ণ মত-বিনিময় অনুষ্ঠানত ডিফু প্ৰেছ ক্লাৱৰ সভাপতি তথা বিশিষ্ট লেখক সাংবাদিক বৰচিং ৰংফাৰৰ লগতে লেখিকা মিল’জা বসুমতাৰীৰ স্বামী চিমিয়ন দুৰঙ সমাজ কৰ্মী কংকাট টেৰণ উপস্থিত থাকে ৷

ইতিমধ্যে উপন্যাসখনৰ দুই শতাধিক উপন্যাস বিক্ৰি হৈছে বুলি লেখকে সাংবাদিকক জানিবলৈ দিছে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

by Staff Reporter
June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং
KARBI ANGLONG

ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং

by Staff Reporter
June 21, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

by News Desk
June 19, 2026
50
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
ADVERTISEMENT
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

June 22, 2026
50
Lover Gang Rape : চাৰি বন্ধুৰে মিলি আইনৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ প্ৰেমিকৰ, ভিডিঅ’ দেখুৱাই ব্লেকমেইল
National-International

Raped at 14 I Shweta’s Fight for Justice and Survivor Voices

June 22, 2026
50
Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী
National-International

Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী

June 22, 2026
50
Minor gang rape : বিয়া খাবলৈ গৈ গণধর্ষণৰ চিকাৰ ১৩ বছৰীয়া ছাত্রী, গ্ৰেপ্তাৰ ৫
National-International

Minor rape case I মাতৃৰ কাষৰ পৰা ৯ মহীয়া কেঁচুৱাক তুলি নি ধৰ্ষণ ১২ বছৰীয়া নাবালকৰ

June 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

June 22, 2026
Lover Gang Rape : চাৰি বন্ধুৰে মিলি আইনৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ প্ৰেমিকৰ, ভিডিঅ’ দেখুৱাই ব্লেকমেইল

Raped at 14 I Shweta’s Fight for Justice and Survivor Voices

June 22, 2026
Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী

Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী

June 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx