ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

বালিমাহী কবি ধনেশ্বৰ ইংতি আৰু শকুন্তলা চৌধুৰীলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ আনুষ্ঠানিক পদ্মশ্ৰী বঁটা প্ৰদান

ষ্টাফ ৰিপ'ৰ্টাৰ:

ASSAM TIMES POST by ASSAM TIMES POST
March 29, 2022
Reading Time: 1 min read
A A
0
President Ram Nath Kovind presents Padma Shri to Shri Dhaneswar Engti for Literature and Education:

ডিফু:আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ‘বালিমাহী’ৰ কবি ধনেশ্বৰ ইংতি আৰু শকুন্তলা চৌধুৰীক পূৰ্বে ঘোষণা কৰা পদ্মশ্ৰী বঁটাটি আনুষ্ঠানিক ভাবে প্ৰদান কৰে ৷ ভাৰতৰ উপৰাষ্ট্ৰপতি বেংকয়া নাইডু, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু বহুতো গণ্যমান্য ব্যক্তিৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয় ৷৷

RELATED POSTS

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

ভাৰতৰ আন ১০৭ গৰাকী পদ্মশ্ৰী বঁটা প্ৰাপ্ত ব্যক্তিৰ লগতে অসমৰ স্বনাম ধন্য ব্যক্তদ্বয় ধনেশ্বৰ ইংতি আৰু শকুন্তলা চৌধুৰীকো এই বঁটা ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে প্ৰদান কৰে ৷ ধনেশ্বৰ ইংতিক সাহিত্য আৰু শিক্ষাৰ বাবে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ অৱশ্যে বঁটা ঘোষণা সময়ত জীৱিত থকা শকুন্তলা চৌধুৰী ইতিমধ্যে পৰকাললৈ গমন কৰিছে ৷

277566374 4940210719407939 5682277203720903404 n 1 | ASSAM TIMES POSTসেয়েহে তেওঁৰহৈ তেওঁৰ সংগঠনৰ লোকে বঁটা গ্ৰহণ কৰে ৷ এই প্ৰতিবেদকৰ ওচৰত এক টেলিফোনিক বাৰ্তাত পদ্মশ্ৰী বঁটা প্ৰাপ্ত বালিমাহী কবি ধনেশ্বৰ ইংতিয়ে বঁটা প্ৰাপ্তৰ পিছত নিজৰ অনুভৱ ব্যক্ত কৰি কয়যে, পৰিৱৰ্তনশীল বৰ্তমান যুগত গাঁৱৰ পৰা আহি এজন সাধাৰণ মানুহ হিচাপে তেওঁ এনে বিৰল সন্মান পাই অত্যন্ত সুখ অনুভৱ কৰিছে ৷ ই সমাজৰ বাবে এক নিদৰ্শন স্বৰূপ ৷

মানুহে মনপুতঃ আৰু অন্তঃকৰণেৰে যিকোনো বিষয়ত কাম কৰিলে এনে বিৰল সন্মান প্ৰাপ্তি কৰিব পাৰে ৷ জীৱনত কিবা এটা পাবৰ বাবে নহয় কিবা এটা কৰি দেখুৱালৈ আৰু কাম কৰাৰ মানসিকতাৰে অগ্ৰসৰ হব লাগে বুলি পদ্মশ্ৰী কবি ধনেশ্বৰ ইংতিয়ে মন্তব্য কৰে

Tags: presidentৰাষ্ট্ৰপতি
Share4Tweet3Send

Related Posts

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx