ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

জনৰোষত পৰি ধঁপাত কোম্পানীৰ বিজ্ঞাপনৰ পৰা আঁতৰিল অক্ষয় কুমাৰ, বিচাৰিলে ক্ষমা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 21, 2022
Reading Time: 1 min read
A A
0
জনৰোষত পৰি ধঁপাত কোম্পানীৰ বিজ্ঞাপনৰ পৰা আঁতৰিল অক্ষয় কুমাৰ, বিচাৰিলে ক্ষমা

RELATED POSTS

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন

ধঁপাত কোম্পানীৰ পণ্যৰ বিজ্ঞাপন কৰাৰ বাবে জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিলে বলিউড অভিনেতা অক্ষয় কুমাৰে। বিজ্ঞাপন কৰাক লৈ জনগণৰ ৰোষৰ সন্মুখীন হোৱা অভিনেতাগৰাকীয়ে জনাইছে যে তেওঁ আৰু উক্ত ধঁপাতজাতীয় পণ্যৰ বিজ্ঞাপন নকৰে।

অক্ষয় কুমাৰ, বিচাৰিলে ক্ষমালগতে তেওঁ কোম্পানীটোৰ পৰা বিজ্ঞাপনৰ বাবে যি পাৰিশ্রমিক পাইছিল, সেয়াও কোনো সমাজকল্যাণমূলক কামত দান কৰাৰ সিদ্ধান্ত লৈছে। বুধবাৰে নিশা নেট মাধ্যমত এটি পোষ্টত এই কথা জনায় অক্ষয় কুমাৰে।

অক্ষয় কুমাৰ, বিচাৰিলে ক্ষমাজনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰি অক্ষয় কুমাৰে লিখিছে, ‘‘মই আন্তৰিকভাবে দুঃখিত। মই মোৰ সকলো অনুৰাগী আৰু শুভাকাঙ্ক্ষীৰ ওচৰত ক্ষমাপ্রার্থী। বিগত কেইবা দিনো ধৰি আপোনালোকৰ প্রতিক্রিয়াই মোক অতি প্রভাৱিত কৰিছে। অৱশ্যে মই প্ৰত্যক্ষভাৱে ধঁপাতক সমর্থন কৰা নাই আৰু নকৰোও।

মই কোম্পানীটোৰ ইলাচিৰ বিজ্ঞাপন কৰিছো। কিন্তু মই আপোনালোকৰ অনুভূতিক সন্মান কৰো। সেয়ে এই বিজ্ঞাপনৰ পৰা আঁতৰাৰ সিদ্ধান্ত লৈছো। মই কোম্পানীটোৰ পৰা লোৱা ধনো সমাজকল্যাণমূলক কামলৈ আগবঢ়াম।

জনৰোষত পৰি ধঁপাত কোম্পানীৰ বিজ্ঞাপনৰ পৰা আঁতৰিলবাধ্যতামূলক আইনী চুক্তিৰ কাৰণে নির্দিষ্ট সময় পর্যন্ত এই বিজ্ঞাপনৰ প্রচাৰ চলাই যাব পাৰে কোম্পানীটোৱে। কিন্তু মই ভবিষ্যতে অতি সচেতন থকাৰ প্রতিশ্রুতি দিছো। বিনিময়ত মই চিৰকাল আপোনালোকৰ ভালপোৱা আৰু শুভেচ্ছা বিচাৰিম।’

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Akshay Kumarঅক্ষয় কুমাৰ
Share5Tweet3Send

Related Posts

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান
National-International

by News Desk
September 16, 2026
50
India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?
National-International

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

by News Desk
September 16, 2026
50
US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন
National-International

US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন

by News Desk
September 16, 2026
50
Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
51
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

ADVERTISEMENT
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

September 16, 2026
50
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

September 16, 2026
50
India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?
National-International

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

September 16, 2026
50
US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন
National-International

US India war exercise : পাকিস্তান সীমান্তৰ থৰ মৰুভূমি আৰু চীন সীমান্তৰ হিমালয়ত ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন

September 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

September 16, 2026
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ বন্ধুৱে ঘূৰাই পালে বেদখল কৰা মাটি, এবাৰ সাক্ষাততে সমস্যা সমাধান

September 16, 2026
India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

India tunnel rail line : ভাৰত ১০৫ কিলোমিটাৰ সুৰংগৰ মাজেৰে চলিব ৰে’ল, কেতিয়াৰ পৰা আৰম্ভ হ’ব যাত্ৰা ?

September 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d