ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

পাকিস্তানৰ কৰাচী বিশ্ববিদ্যালয়ৰ গাড়ীত বিস্ফোৰণ, ৩ চীনা নাগৰিকসহ নিহত প্ৰায় ৪

নিউজ ডেস্কঃ

News Desk by News Desk
April 26, 2022
Reading Time: 1 min read
A A
0
পাকিস্তানৰ কৰাচী বিশ্ববিদ্যালয়ৰ গাড়ীত বিস্ফোৰণ, ৩ চীনা নাগৰিকসহ নিহত প্ৰায় ৪

New Logo Very Smal 1 | ASSAM TIMES POST
পাকিস্তানৰ কৰাচী বিশ্ববিদ্যালয়ৰ গাড়ী বিস্ফোৰণত নিহত হ’ল চাৰিজন। আহতৰ সংখ্যা একাধিক। এক সূত্র মতে, মৃতসকলৰ ভিতৰত তিনিজন চীনা নাগৰিক আছে।

পাকিস্তানৰ কৰাচী বিশ্ববিদ্যালয়ৰ গাড়ী বিস্ফোৰণস্থানীয় সংবাদ মাধ্যমৰ সূত্রৰ খবৰ মতে, বিশ্ববিদ্যালয় চৌহদৰ এখন গাড়ীত বিস্ফোৰণ হয়। স্থানীয় সময় দুপৰীয়া আঢ়ৈ বজাত বিশ্ববিদ্যালয়ৰ কনফুচিয়াছ ইনষ্টিটিউটৰ সন্মুখতে উক্ত বিস্ফোৰণ হোৱা বুলি জানিব পৰা গৈছে।

বিস্ফোৰণৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়। আহতসকলক উদ্ধাৰ কৰি হস্পিটেললৈ লৈ যোৱা হৈছে।

Blast in Karachi University. 2 Chinese national among the 4 dead, several critically injured pic.twitter.com/aEJotmhgP2

— Murtaza Ali Shah (@MurtazaViews) April 26, 2022

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

আৰক্ষী সূত্র মতে, বিস্ফোৰণ হোৱা গাড়ীখনত ৭-৮ জনমান লোক আছিল। অৱশ্যে ঠিক কিমানজনৰ মৃত্যু হৈছে সেই সংখ্যা এতিয়াও স্পষ্ট নহয়। কিন্তু মৃতকৰ সংখ্যা বাঢ়িব পাৰে বুলি আশঙ্কা কৰা হৈছে।

কৰাচী বিশ্ববিদ্যালয়ৰ গাড়ী বিস্ফোৰণকৰাচী আৰক্ষীৰ ডিআইজিয়ে জনাইছে, এখন বগা গাড়ীত লোক কেইজন হোষ্টেলৰ পৰা থেকে কনফুচিয়াছ ইনষ্টিটিউটৰ দিশে গৈ আছিল। বিশ্ববিদ্যালয়ত প্ৰৱেশৰ সময়তে বিস্ফোৰণ হয়। বিস্ফোৰণ কেনেকৈ হ’ল তাৰ তদন্ত চলি আছে।

Tags: karachi university blastকৰাচী বিশ্ববিদ্যালয়ৰ
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে
National-International

August 4, 2026
50
ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

August 4, 2026
ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

August 4, 2026
Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT