![]()
ৰাজহুৱা শান্তি- শৃংখলা ভংগৰ আশংকা আৰু জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলাৰ জিলা দণ্ডাধীশ শ্ৰীঅনুপম চৌধুৰীয়ে ভাৰতীয় ফৌজদাৰী দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত জিলাখনত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।
১৪ জুন,২০২২ তাৰিখে এক আদেশ যোগে তৎকালে বলবৎ হোৱা এই নিষেধাজ্ঞা সমুহ পৰবৰ্তী আদেশ নিদিয়া পৰ্যন্ত জিলাখনত বাহাল থাকিব।













