ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুৰ সামাজিক সংগঠন স্বপ্নলোকৰ অষ্টম প্ৰতিষ্ঠা দিৱস:

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
July 17, 2022
Reading Time: 1 min read
A A
0
ডিফুৰ সামাজিক সংগঠন স্বপ্নলোকৰ অষ্টম প্ৰতিষ্ঠা দিৱস:

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST
ডিফুৰ সামাজিক সংগঠন স্বপ্নলোকৰ অষ্টম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত ছাত্ৰছাত্ৰী সকলৰ মাজত এক প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ ব্যৱহাৰ কৰি মানুহে পেলাই দিয়া বস্তুৰে ছাত্ৰছাত্ৰী সকলক বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিবলৈ দিয়া হৈছিল ৷

ডিফুৰ সামাজিক সংগঠন স্বপ্নলোকডিফুৰ বিভিন্ন বিদ্যালয়ৰ ৫২ টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷ কোনোৱে যদি পেলাই দিয়া টায়াৰেৰে চেণ্ডেল , কাপোৰেৰে মেট , বটলেৰে ফুলদানি , কুহিঁয়াৰৰ পেলাই দিয়া বাকলিৰে ঘৰ নিৰ্মাণকে ধৰি ছাত্ৰছাত্ৰী সকলে বিভিন্ন আকৰ্ষণীয় সামগ্ৰী তৈয়াৰ কৰে।

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

কোষাগাৰ বিষয়া তথা বন সংৰক্ষণ আন্দোলনৰ নেত্ৰী হেমাঞ্জলি সন্দিকৈ , ডিফু চৰকাৰী কলেজৰ অধ্যাপক ড° প্ৰণৱ গগৈ , পদাৰ্থ বিজ্ঞানৰ শিক্ষক ড° প্ৰকাশ বৰ্মন বিচাৰক ৰূপে উপস্থিত থকা প্ৰতিযোগিতা খনিয়ে বৌদ্ধিক মহলৰ সমাদৰ লাভ কৰিছে ৷ উল্লেখ যে স্বপ্নলোকৰ সম্পাদক অন্ধ যুৱতী নিবেদিতাই অনুষ্ঠানটো পৰিচালনা কৰে ৷

বছৰি স্বপ্নলোকে দুখীয়া লোকৰ মাজত গৰম কাপোৰ বিতৰণ কৰাৰ উপৰি গছপুলি ৰোপণ আৰু পৰিবেশ সজাগতাৰ বাবে কাম কৰি আহিছে ৷ নিবেদিতা ঘোষে অতি দৰিদ্ৰ ঘৰৰ ছাত্ৰছাত্ৰী সকলক দৈনিক বিনামূলীয়াকৈ পাঠদান কৰাৰ লগতে দুখীয়া যুৱতীক স্বাৱলম্বী কৰাৰ বাবে স্বপ্নলোকৰ জড়িয়তে কাটিং , নিটিঙৰ প্ৰশিক্ষণ দি আহিছে ৷

২৪ জুলাইৰ সন্ধিয়া ৫ বজাৰ পৰা ডিফু ক্লাৱত স্বপ্নলোকৰ অষ্টম প্ৰতিষ্ঠা দিৱসৰ মুল কাৰ্যসূচী সম্পন্ন হ’ব ৷ য’ত উপায়ুক্ত দিবাকৰ নাথ , পৰিবেশ কৰ্মী মুবিনা আখতাৰে অংশগ্ৰহণ কৰিব ৷ ছাত্ৰছাত্ৰী সকলে নাটকৰ লগতে বিভিন্ন অনুষ্ঠান পৰিবেশন কৰিব ৷

Tags: ডিফুৰ সামাজিক সংগঠন স্বপ্নলোক
Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
ADVERTISEMENT
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026
50
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত
National-International

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

July 17, 2026
50
General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী
National-International

General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx