ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

আন এক অনাকাংক্ষিত ৰেকৰ্ড! দৰিদ্ৰতাত নাইজেৰিয়াকো চেৰ পেলালে ভাৰতে, ১৯ কোটি লোক পুষ্টিহীন:

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
July 25, 2022
Reading Time: 1 min read
A A
0
আন এক অনাকাংক্ষিত ৰেকৰ্ড! দৰিদ্ৰতাত নাইজেৰিয়াকো চেৰ পেলালে ভাৰতে, ১৯ কোটি লোক পুষ্টিহীন:

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

দক্ষিণ আফ্ৰিকা, ছোমালিয়া, নাইজেৰিয়া নাই, বিশ্বৰ দৰিদ্ৰতম দেশত নাম সোমাইছে ভাৰতৰ। হয়, জানি আচৰিত হʼব যে যোৱা কেইবছৰমানৰ পৰা ভাৰতে ইমান বেছি দুৰ্দশাৰ সন্মুখীন হৈছে যে আমি দৰিদ্ৰতাৰ ক্ষেত্ৰত উক্ত দেশবোৰকো চেৰ পেলাইছো৷

দৰিদ্ৰতাএতিয়ালৈকে নাইজেৰিয়াক বিশ্বৰ আটাইতকৈ দৰিদ্ৰ লোকৰ বাসস্থান বুলি ভবা হৈছিল। কিন্তু এতিয়া ভাৰতে সেই তালিকাত স্থান পাইছে। অৰ্থাৎ ভাৰতত বৰ্তমান বিশ্বৰ ভিতৰতে সৰ্বাধিক দৰিদ্ৰ লোক আছে। এই প্ৰেক্ষাপটত “বিজনেছ ইনচাইডাৰ আফ্ৰিকা”ত প্ৰকাশিত বাতৰি অনুসৰি, এতিয়ালৈকে আফ্ৰিকান দেশ নাইজেৰিয়াক “poverty capital” (গৰীবৰ ৰাজধানী) হিচাপে গণ্য কৰা হৈছিল ।

কাৰণ তাত আটাইতকৈ বেছি সংখ্যক দৰিদ্ৰ লোক বাস কৰিছিল। কিন্তু “ৱৰ্ল্ড পোভাৰ্টি ক্লʼক”ৰ নতুন তথ্য অনুসৰি, দৰিদ্ৰ লোকৰ উপস্থিতিৰ ক্ষেত্ৰত ভাৰতে এতিয়া নাইজেৰিয়াক অতিক্ৰম কৰিছে। নতুন তথ্য অনুসৰি ২০২২ চনত ৰাষ্ট্ৰসংঘৰ অনুমান কৰা দৰিদ্ৰ সীমাৰেখাৰ তলত ভাৰতৰ ৮.৩ কোটি লোকে জীৱন নিৰ্বাহ কৰি আছে।

মন কৰিবলগীয়া যে বৰ্তমান নাইজেৰিয়াৰ ৩৩ শতাংশ জনসংখ্যাই চৰম দৰিদ্ৰতাত জীৱন কটাবলগীয়া হৈছে। পৰিসংখ্যা অনুসৰি নাইজেৰিয়াত ৮,৩০,০৫,৪৮২ জন লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰি আছে।

আনহাতে, ভাৰতত এই সংখ্যা ৮,৩০,৬৮,৫৯৭ হৈছেগৈ। এই ক্ষেত্ৰত আমি যদি জনসংখ্যাৰ শতকৰা হাৰলৈ চাওঁ তেন্তে বিশ্বৰ ভিতৰতে দৰিদ্ৰ জনসংখ্যাৰ সৰ্বাধিক অনুপাত দুয়োখন দেশতে ১২.২ শতাংশৰ সমান। কিন্তু যিহেতু ভাৰতৰ জনসংখ্যা বেছি, গতিকে ভাৰততো সৰ্বাধিক দৰিদ্ৰ লোক আছে।

ইফালে কৰোনা মহামাৰীৰ পিছত এই সংখ্যা অধিক উদ্বেগজনক হৈ পৰাৰ সম্ভাৱনা আছে। লগতে ২০২০ চনৰ “ষ্টেট অব ফুড চিকিউৰিটি এণ্ড নিউট্ৰিচন ইন দা ৱৰ্ল্ড”ৰ প্ৰতিবেদন অনুসৰি, সেই সময়ত ভাৰতত ১৮.৯২ কোটি লোক পুষ্টিহীনতাত ভুগি আছিল। লগতে এই
প্ৰতিবেদন অনুসৰি ভাৰতত প্ৰতি বছৰে ২৫ লাখ লোক অনাহাৰত মৃত্যুমুখত পৰে। কেৱল সেয়াই নহয়, ২০২১ চনৰ গ্লোবেল হাংগাৰ ইনডেক্সৰ প্ৰতিবেদনত ভাৰতৰ স্কৰ মাত্ৰ ২৭.৫।

যিটোৱে সামগ্ৰিকভাৱে এক অতি বেয়া পৰিস্থিতিৰ ইংগিত দিয়ে। লগতে শেহতীয়াকৈ চেণ্টাৰ ফৰ চাইন্স এণ্ড এনভাইৰনমেণ্ট (CSE) আৰু ডাউন টু আৰ্থ আলোচনীয়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, ১০ জন ভাৰতীয়ৰ ভিতৰত ৭ জনৰ পুষ্টিকৰ খাদ্যৰ বাবে প্ৰয়োজনীয় সামৰ্থ নাই। ইফালে, গ্ৰাহক খাদ্য মূল্য সূচকাংক (CFPI) অনুসৰি যোৱা এবছৰত খাদ্যৰ মূল্যৰ ব্যাপক বৃদ্ধি হোৱা দেখা গৈছে। ইয়াৰ উপৰি বজাৰ বিশেষজ্ঞসকলে অনুভৱ কৰে যে পৰিস্থিতি আৰু অধিক গুৰুতৰ হʼব পাৰে।

ইফালে ২০২১ চনৰ গ্লোবেল হাংগাৰ ইনডেক্সত ভাৰতে ১০১ নম্বৰ স্থান লাভ কৰিছিল। লগতে ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন সূচকাংকত ই ১৩১ নম্বৰ স্থান লাভ কৰিছে। ইয়াৰ উপৰি গ্লোবেল জেণ্ডাৰ গেপ ইনডেক্সত দেশখনে ১৩৫ নম্বৰ আৰু ইকনমিক ফ্ৰিডম ইনডেক্সত ১২১ নম্বৰ স্থান লাভ কৰিছে।

আনহাতে, দেশত দৰিদ্ৰ লোকৰ সংখ্যা বিপুল হাৰত বৃদ্ধি পোৱাৰ বিপৰীতে একাংশ উদ্যোগপতিৰ সম্পদ দিনক দিনে বৃদ্ধি পাইছে। শেহতীয়া খবৰ অনুসৰি ভাৰতীয় উদ্যোগপতি গৌতম আদানীয়ে বিল গেটছক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। লগতে ব্লুমবাৰ্গ মিলেনিয়াম ইনডেক্সৰ মতে আদানীৰ সম্পত্তি ১১২.৫ বিলিয়ন ডলাৰতকৈও অধিক।

যিটো মাইক্ৰ’ছফ্ট কৰ্প’ৰেচনৰ সহ-প্ৰতিষ্ঠাপকজনৰ নেট সম্পদতকৈ প্ৰায় ২৩ কোটি অধিক। কেৱল এই বছৰতে আদানীৰ সম্পত্তি ৩৬ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে। যিটো আন যিকোনো উদ্যোগপতিতকৈ বহুত বেছি।

Tags: দৰিদ্ৰতাত নাইজেৰিয়াকো চেৰ পেলালে ভাৰতে
Share4Tweet3Send

Related Posts

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

by News Desk
July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

by News Desk
July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

by News Desk
July 16, 2026
50
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

by Staff Reporter
July 16, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

by Staff Reporter
July 16, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir controversy I শুদ্ধ মনে দান নকৰা ভক্তৰ ধনহে চুৰি হৈছে, ৰাম মন্দিৰ ঘটনাত এইবাৰ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ আচৰিত মন্তব্য

by Staff Reporter
July 16, 2026
50
ADVERTISEMENT
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx