ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

জুপুৰীৰ পৰা ৰাষ্ট্ৰপতি প্ৰাসাদলৈ : দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি হিচাবে কি গাড়ী ব্যৱহাৰ কৰিব?

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
July 27, 2022
Reading Time: 1 min read
A A
0
জুপুৰীৰ পৰা ৰাষ্ট্ৰপতি প্ৰাসাদলৈ : দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি হিচাবে কি গাড়ী ব্যৱহাৰ কৰিব?

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

সোমবাৰে পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। তদুপৰি দেশৰ প্ৰথম জনজাতীয় মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ তেওঁ এক ইতিহাস ৰচনা কৰে। এটা সময়ত তেওঁ গাঁৱৰ জুপুৰি এটাত দিন পাৰ কৰিছিল যদিও এতিয়া ৩৪০টা কোঠাৰ ৰাষ্ট্ৰপতি ভৱনত থাকিব।

ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ লিমুজিনৰ Marcedes Maybach S600 Pullman Guardএই ভৱনটোত বৃহৎ বাগিচা, হল আৰু পুথিভঁৰালো আছে। ৰাইচিনা পাহাৰত নিৰ্মিত এই বিলাসী ভৱনটো ব্ৰিটিছ যুগত নিৰ্মাণ কৰা হৈছিল। কিন্তু কেৱল বিলাসী বাসগৃহটোৱেই নহয়, ৰাষ্ট্ৰপতিগৰাকীয়ে যিখন গাড়ীত উঠিব সেয়াও অত্যাধুনিক। আজিৰ ৰাষ্ট্ৰপতিয়ে ব্যৱহাৰ কৰা গাড়ীখনৰ বিষয়ে বিস্তাৰিত তথ্য জনাব বিচৰা হৈছে। প্ৰথম কথা, ৰাষ্ট্ৰপতিৰ গাড়ীখনত নাথাকে নম্বৰ প্লেট। তাৰ ঠাইত আছে অশোক স্তম্ভ, জাতীয় প্ৰতীক।

প্ৰথম অৱস্থাত ভাৰতৰ ৰাষ্ট্ৰপতিৰ আনুষ্ঠানিক ভ্ৰমণৰ বাবে কেডিলাক কান্ট্ৰী গাড়ী ব্যৱহাৰ কৰা হৈছিল। ১৯৫০ চনত সংবিধান প্ৰণয়ন নোহোৱালৈকে ৰাষ্ট্ৰপতিৰ ঠাইত গৱৰ্ণৰ জেনেৰেলৰ কাৰ্যালয় আছিল। সেই সময়ত ৰাষ্ট্ৰপতিৰ বাবে এখন কনভাৰ্টিবল কেডিলাক ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ উপৰি বহু বছৰ ধৰি কনভয়ৰ এটা গুৰুত্বপূৰ্ণ অংশ আছিল। পৰৱৰ্তী সময়ত তাৰ স্থান লয় হিন্দুস্তান মটৰ্ছৰ এম্বেছাডৰে।

৯০ৰ দশকৰ পৰা ভাৰতলৈ বহু নতুন ব্ৰেণ্ডৰ গাড়ী আহিবলৈ আৰম্ভ কৰে। ইয়াৰ উপৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাখনো বিলাসী গাড়ীও ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। এই ক্ষেত্ৰত শংকৰ দয়াল শৰ্মাৰ হাতত আছিল এখন W124 মাৰ্চিডিজ এছ ক্লাছৰ অফিচিয়েল গাড়ী।

S-Class লিমুজিন মুকলি কৰা প্ৰথম ৰাষ্ট্ৰপতি আছিল শংকৰ দয়াল শৰ্মা। তাৰ পিছত ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণন আৰু এ পি জে আব্দুল কালামে পৰৱৰ্তী প্ৰজন্মৰ বুলেটপ্ৰুফ ডব্লিউ ১৪০ এছ ক্লাছক অফিচিয়েল গাড়ী হিচাপে লাভ কৰিছিল।

ইফালে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিল আৰু প্ৰণৱ মুখাৰ্জীৰ হাতত আছিল বিলাসী মাৰ্চিডিজ লিমুজিন গাড়ী। প্ৰতিভা পাটিল আছিল দেশৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি আৰু তেওঁৰ কাৰ্যকালত এখন W221 মাৰ্চিডিজ এছ৬০০ পুলমেন গাৰ্ড লিমুজিন ব্যৱহাৰ কৰা হৈছিল। পিছত প্ৰণৱ মুখাৰ্জীয়েও একেখন গাড়ী পালে। ৰামনাথ কোবিন্দেও ব্যৱহাৰ কৰিছিল।

ৰাষ্ট্ৰপতি২০২১ চনৰ স্বাধীনতা দিৱস উপলক্ষে তেওঁৰ নতুন লিমুজিন মাৰ্চিডিজ মেবাক এছ৬০০ পুলমেন গাৰ্ডৰ সৈতে দেখা গʼল ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক। ইয়াৰ পূৰ্বে তেওঁ W221 S-Class ৰ ওপৰত ভিত্তি কৰি নিৰ্মিত এখন ভিনটেজ লিমুজিন মাৰ্চিডিজ-বেঞ্জ S500 Pullman Guard ব্যৱহাৰ কৰিছিল।

ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ লিমুজিনৰ Marcedes Maybach S600 Pullman Guard ৰ দাম প্ৰায় ১০ কোটি টকা। এই লিমুজিনখন অতি বিলাসী গাড়ী। ইয়াৰ উপৰি ইয়াত কেইবাটাও উন্নত বৈশিষ্ট্য আছে। তাত বহি থকাৰ অনুভৱটো যেন এখন বিলাসী চোফাত বহি থকাৰ দৰে।
ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ গাড়ীখনত আছে বুলেট প্ৰুফ এলয় আৰু টায়াৰৰ লগতে অক্সিজেন যোগান, অটোমেটিক লক কণ্ট্ৰল, পেনিক এলাৰ্ম চিষ্টেম।

ভাৰতৰ ৰাষ্ট্ৰপতিৰ অফিচিয়েল গাড়ীখনৰ আটাইতকৈ আকৰ্ষণীয় বৈশিষ্ট্যটো হʼল ইয়াত VR9 লেভেলৰ বেলিষ্টিক প্ৰটেকচন আছে। লগতে ইয়াত থকা লোকসকলক পইণ্ট ৪৪ কেলিবাৰ হেণ্ডগানৰ গুলীৰ লগতে সামৰিক ৰাইফলৰ গুলী, বোমা আৰু অন্যান্য বিস্ফোৰণৰ লগতে গেছ আক্ৰমণৰ পৰাও ৰক্ষা কৰিব।

Tags: জুপুৰীৰ পৰা ৰাষ্ট্ৰপতি প্ৰাসাদলৈ
Share4Tweet3Send

Related Posts

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

by News Desk
July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

by News Desk
July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

by News Desk
July 16, 2026
50
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

by Staff Reporter
July 16, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

by Staff Reporter
July 16, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir controversy I শুদ্ধ মনে দান নকৰা ভক্তৰ ধনহে চুৰি হৈছে, ৰাম মন্দিৰ ঘটনাত এইবাৰ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ আচৰিত মন্তব্য

by Staff Reporter
July 16, 2026
50
ADVERTISEMENT
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx