ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱত চোৰৰ তাণ্ডৱ অব্যাহতঃ নগাঁও পলিটেকনিক ছাত্রাবাসত চোৰে চলালে লুটপাত

ASSAM TIMES POST by ASSAM TIMES POST
October 31, 2019
Reading Time: 1 min read
A A
0
Dead body of youth recovered in lock up

logo atp | ASSAM TIMES POSTASSAM TIMES POST
নগাঁওঃ নগাঁও চহৰত বৃদ্ধি পাব ধৰিছে চুৰি কাণ্ডকে ধৰি বিভিন্ন অসামজিক কাৰ্যকলাপ। আৰক্ষীৰ স্হিতিক ভেঙুচালি কৰি দিনদিয়েক পূৰ্বে নগাঁও সদৰ থানাৰ মূল প্ৰৱেশদ্বাৰৰ সম্মুখতে থকা এছ বি আইৰ এটা এ.টি.এম চোৰে লণ্ডভণ্ড কৰাৰ পিছত পুনৰ যোৱা নিশা চোৰে তাণ্ডৱ চলালে নগাঁৱৰ পলিটেকনিক ছাত্রাবাসত।

RELATED POSTS

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

আজি পুৱতি নিশা প্ৰায় ৪ বজাত পলিটেকনিকৰ ছাত্রাবাসত চোৰে এটা কোঠাৰ দুৱাৰৰ গ্লাছ ভাঙি কেইবাটাও ম’বাইল, লেপটপৰ লগতে আৱশ্যকীয় বহু সামগ্ৰী লৈ যায়। পলিটেকনিক ছাত্রাবাস সমূহত সুৰক্ষা কৰ্মীৰ লগতে চি.চি.টিভিৰ ব্যৱস্থা নথকাৰ বাবে চোৰে অনায়াসে চুৰি কাৰ্য সংঘটিত কৰি যোৱা বুলি ছাত্রাবাসৰ ছাত্রসকলে অভিযোগ উত্থাপন কৰে। উল্লেখ্য, ছাত্রাবাস সমূহত সুৰক্ষা ব্যৱস্থাৰ লগতে চি.চি.টিভিৰ ব্যৱস্থা কৰিব লাগে বুলি কাৰিকৰী শিক্ষা প্রতিষ্ঠানখনৰ কৰ্তৃপক্ষক বাৰম্বাৰ ছাত্রসকলে দাবী জনাই আহিছে যদিও এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

আনহাতে পলিটেকনিকৰ ছাত্রাবাস সমূহত পূৰ্বেও কেইবাবাৰো চোৰে লুটপাত চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ইপিনে নগাঁও চহৰত সঘনাই সংঘটিত হৈ থকা চিলনী চোৰকে ধৰি বিভিন্ন চুৰি আৰু অসমাজিক কাৰ্যকলাপৰ ঘটনাই সাধাৰণ জনতাক শংকিত কৰি তুলিছে। চহৰখনত সংঘটিত হৈ থকা এনেবোৰ অসামাজিক ঘটনাই নগাঁও আৰক্ষীৰ ব্যৰ্থতাক উদঙাই দিয়া বুলিও স্হানীয় ৰাইজে মত প্ৰকাশ কৰিছে।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
ADVERTISEMENT
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx