ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EXCLUSIVE

ডিফু বিএড কলেজৰ নামভৰ্তি মাছুল বৃদ্ধিকলৈ আছুৰ ধৰ্ণাঃ আছুৰ প্ৰতিবাদত সেও মানি পূৰ্বৰ মাছুলকে বাহাল ৰাখিলে কৰ্তৃপক্ষইঃ ধৰ্ণা প্ৰত্যাহাৰ আছুৰ

ASSAM TIMES POST by ASSAM TIMES POST
July 15, 2019
Reading Time: 1 min read
A A
0
ডিফু বিএড কলেজৰ নামভৰ্তি মাছুল বৃদ্ধিকলৈ আছুৰ ধৰ্ণাঃ আছুৰ প্ৰতিবাদত সেও মানি পূৰ্বৰ মাছুলকে বাহাল ৰাখিলে কৰ্তৃপক্ষইঃ ধৰ্ণা প্ৰত্যাহাৰ আছুৰ

ASSAM TIMES POST,ডিফুঃ কাৰ্বি আংলং জিলাৰ একমাত্ৰ বিএড কলেজৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ মাচুল দ্বিগুণলৈ বৃদ্ধি কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুই আজি মহাবিদ্যালয়খনৰ গেটৰ সন্মুখত অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷ একমাত্ৰ বিএড কলেজখনৰ প্ৰথমবৰ্ষৰ বাবে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি মাছুল আছিল ৩৫ হাজাৰ টকা আৰু দ্বিতীয় বৰ্ষৰ বাবে আছিল ২৫ হাজাৰ টকা৷

RELATED POSTS

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

কিন্তু অতিশয় পিছপৰা জিলাখনৰ আৰু আৰ্থিকভাৱে জুৰুলা ছাত্ৰ-ছাত্ৰীৰ আৰ্থিক দিশৰ প্ৰতি পিঠিদি বিএড কলেজ কৰ্তৃপক্ষই এইবাৰ কলেজখনত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে ৬০ হাজাৰ টকাকৈ দুবছৰৰ পাঠ্যক্ৰমৰ বাবে ১,২০,০০০ টকা নিৰ্দ্ধাৰণ কৰিছিল বুলি অভিযোগ উত্থাপন কৰি ধৰ্ণাত বহা বুলি সংগঠনটোৱে জানিবলৈ দিছে৷ এনে বৃহৎ পৰিমানৰ ধন খৰচ কৰি বিএড কলেজখনত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ন কৰাটো বৰ্তমান পৰিস্থিতিত অসম্ভৱ হৈ পৰিছে৷

সেয়ে শীঘ্ৰে মাছুল বৃদ্ধি বিষয়টো বিবেচনা কৰি নুন্যতম হাৰ নকৰিলে অহা ১৫ জুলাই পৰা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি পূৰ্বেই হুংকাৰ দি থৈছিল ছাত্ৰ সংগঠনটোৱে৷ অৱশেষত আজি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উচ্চ শিক্ষা বিভাগৰ ইএম জগত ছিং ইংতি, সচিব নিৰলা ফাংচ’পী আৰু বিএড কলেজৰ অধ্যক্ষাৰ মাজত এক আলোচনা অনুষ্ঠিত হয়৷ ইয়াৰ পিছতে আছুৰ নেতৃবৃন্দ শ্যামন্ত গগৈ, সৰ্জোণ হাঞ্চে আৰু এল্ড্ৰিণ ৰংপিৰ সৈতেও কৰ্তৃপক্ষৰ আলোচনা হয় ৷

আলোচনা কালত আছুৰ দাবী মানিলৈ ২০১৯-২১ বৰ্ষৰ বাবে বিএড কলেজৰ নামভৰ্তি মাছুল পূৰ্বৰ নিৰিখ অনুসৰি দুবছৰৰ পাঠ্যক্ৰমৰ বাবে ৫৫ হেজাৰ টকা বাহাল ৰাখে৷ বিভাগীয় ইএম আৰু কৰ্তৃপক্ষৰ পৰা পোৱা প্ৰতিশ্ৰুতিৰ পিছত আছুৱে আজিৰ ধৰ্ণা কাৰ্যসূচী প্ৰত্যাহাৰ কৰে৷

Share4Tweet3Send

Related Posts

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
ADVERTISEMENT
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

June 18, 2026
50
12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন
DIPHU

12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন

June 18, 2026
50
NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ
National-International

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

June 18, 2026
12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন

12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন

June 18, 2026
NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx