ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

কাশ্মীৰত আহত উগ্ৰপন্থীক তেজ দি ভাৰতীয় সেনাই ৰক্ষা কৰিলে জীৱন:

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
August 25, 2022
Reading Time: 1 min read
A A
0
কাশ্মীৰত আহত উগ্ৰপন্থীক তেজ দি ভাৰতীয় সেনাই ৰক্ষা কৰিলে জীৱন:

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

কাশ্মীৰৰ ৰাজৌৰীৰ নৌছেৰা ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত বন্দী হোৱা সন্ত্ৰাসবাদী তাবাৰক হুছেইনক ভাৰতীয় সেনাৰ জোৱানে তিনি বটল তেজ দিয়ে। নৌছেৰা ব্ৰিগেডৰ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ ৰাজীৱ নায়াৰে সংবাদ মাধ্যমৰ আগত কয়, “দেওবাৰে সংঘৰ্ষৰ সময়ত উগ্ৰপন্থীজনৰ উৰু আৰু কান্ধ দুটাকৈ গুলীত আঘাতপ্ৰাপ্ত হয়। প্ৰচুৰ পৰিমাণে ৰক্তক্ষৰণো হয়।

কাশ্মীৰত আহত উগ্ৰপন্থীতেওঁক অস্ত্ৰোপচাৰৰ বাবে আই চি ইউত ভৰ্তি কৰোৱা হয়, সেনা জোৱানসকলে তেওঁক তিনি বটল তেজ দি তেওঁৰ জীৱন ৰক্ষা কৰে।” বৰ্তমান উগ্ৰপন্থী জনৰ অৱস্থা স্থিতিশীল বুলি তেওঁ জনায়। সেনাৰ এই মানৱীয়তা পোহৰলৈ অহাৰ লগে লগে ভাৰতীয় সেনাই যথেষ্ট প্ৰশংসা লাভ কৰে।

ব্ৰিগেডিয়াৰ কপিল ৰানাই তাবাৰকক বন্দী কৰাৰ সবিশেষ উল্লেখ কৰি কয় যে দেওবাৰে পুৱা নৌছেৰাৰ ঝংগাৰ খণ্ডত নিয়োজিত ভাৰতীয় সৈন্যই দুই-তিনিটা উগ্ৰপন্থীয়ে অনুপ্ৰৱেশ কৰা দেখিবলৈ পায়। ইয়াৰ ভিতৰত তাবাৰকে ভাৰতীয় পোষ্টৰ ওচৰলৈ আহি বেৰ কাটিবলৈ চেষ্টা কৰা দেখা যায়। সেনাক দেখি পলায়ন কৰিবলৈ চেষ্টা কৰাত তাবাৰকক গুলীওৱা হয়, তাৰপিছত তেওঁৰ পিছফালে থকা বাকী উগ্ৰপন্থীসকল পলায়ন কৰে।

কাশ্মীৰৰ এটা স্বাস্থ্য কেন্দ্ৰত বিছনাত পৰি থকা তাবাৰকে ভাৰতত প্ৰৱেশ কৰাৰ সময়ত আহত হোৱা বুলি বুধবাৰে কয়। তাবাৰকে লগতে কয় যে তেওঁৰ সৈতে আন চাৰি-পাঁচজন লোকে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। পাকিস্তান অধিকৃত কাশ্মীৰৰ কোটিৰ ছাবকোট গাঁৱৰ বাসিন্দা বুলি দাবী কৰি তাবাৰকে কয়, “ভাৰতত আত্মঘাতী আক্ৰমণ সংঘটিত কৰিবলৈ মোৰ লগত চাৰি-পাঁচজন লোকক পঠোৱা হৈছিল।

পাক সেনাৰ কৰ্ণেল ইউনাছ চৌধুৰীয়ে আমাক এই কাম দিছিল। ইয়াৰ বাবে আমাক ৩০ হাজাৰ টকাও দিয়া হৈছিল। কিন্তু ভাৰতত প্ৰৱেশ কৰাৰ সময়ত আহত হওঁ।”সেনাৰ সূত্ৰ অনুসৰি, ২০১৬ চনত ভাৰতত অনুপ্ৰৱেশ কৰাৰ সময়ত তাবাৰক আৰু তেওঁৰ ভাতৃ হাৰুণ আলীও ধৰা পৰিছিল।২০১৭ চনত মানৱীয় কাৰণত তেওঁলোকক পাকিস্তানলৈ উভতাই পঠিওৱা হয়।

Tags: কাশ্মীৰত আহত উগ্ৰপন্থী
Share4Tweet3Send

Related Posts

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

by News Desk
July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

by News Desk
July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

by News Desk
July 16, 2026
50
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

by Staff Reporter
July 16, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

by Staff Reporter
July 16, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir controversy I শুদ্ধ মনে দান নকৰা ভক্তৰ ধনহে চুৰি হৈছে, ৰাম মন্দিৰ ঘটনাত এইবাৰ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ আচৰিত মন্তব্য

by Staff Reporter
July 16, 2026
50
ADVERTISEMENT
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx