ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

দেশৰ দ্বিতীয় সেনা প্ৰধান অনিল চৌহান:

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
September 28, 2022
Reading Time: 1 min read
A A
0
দেশৰ দ্বিতীয় সেনা প্ৰধান অনিল চৌহান:

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

ভাৰতৰ পৰৱৰ্তী তথা দ্বিতীয় সেনা প্ৰধান (চিফ অব ডিফেন্স ষ্টাফ বা চিডিএছ) হৈছে লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) অনিল চৌহান। বুধবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰয়াত জেনেৰেল বিপিন ৰাৱটৰ উত্তৰাধিকাৰী হিচাপে তেওঁৰ নাম ঘোষণা কৰে।উল্লেখ্য, ২০২১ চনৰ মেʼ মাহত পূব সেনা কমাণ্ডৰ মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰে লেফটেনেণ্ট জেনেৰেল চৌহানে।

দেশৰ দ্বিতীয় সেনা প্ৰধানতেওঁ উত্তৰ-পূব ভাৰত আৰু কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী ‘বিশেষজ্ঞ’ হিচাপে সেনাৰ মাজত পৰিচিত। সামৰিক পৰিক্ৰমা সচিবে জাৰি কৰা অধিসূচনাখনত কোৱা হৈছে, “পৰৱৰ্তী নিৰ্দেশনা নোহোৱালৈকে লেফটেনেণ্ট জেনেৰেল চৌহানে চিডিএছ হিচাপে কাম কৰি থাকিব।”

দ্বিতীয় সেনা প্ৰধান অনিল চৌহানলগতে কেন্দ্ৰই ঘোষণা কৰিছে নতুন নিযুক্তিৰ মাপকাঠী। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনা অনুসৰি কেৱল সশস্ত্ৰ বাহিনীৰ তিনিটা শাখাৰ (স্থল, নৌসেনা আৰু বায়ুসেনা) মুৰব্বীসকলেই নহয়, তেওঁলোকৰ পৰৱৰ্তী পৰ্যায়ৰ বিষয়াসকলকো এইবাৰ চিডিএছৰ পদৰ বাবে যোগ্য বুলি গণ্য কৰা হʼব।

৪ ডিচেম্বৰত তামিলনাডুত হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয় চিডিএছ বিপিন ৰাৱাটৰ। প্ৰায় ৯ মাহৰ পিছত নৰেন্দ্ৰ মোদী চৰকাৰে তেওঁৰ উত্তৰাধিকাৰীক মনোনীত কৰে। উল্লেখ্য, ২০১৯ চনত মোদী চৰকাৰে সেনাৰ নিয়ম সংশোধন কৰি সেনাধ্যক্ষৰ পদটো সৃষ্টি কৰিছিল। সেই নিয়ম অনুসৰি সশস্ত্ৰ বাহিনীৰ তিনিটা শাখাৰ মুৰব্বী অথবা সদ্য অৱসৰ লোৱা মুৰব্বীসকল (চাৰি তাৰকা সেনা বিষয়া)ক এই পদৰ বাবে বিবেচনা কৰিব লাগিছিল।

অৰ্থাৎ তিনিওটা বাহিনীৰ মাজৰ সংযোগ বজাই ৰাখিবলৈ সেনাবাহিনীৰ জেনেৰেল, নৌসেনাৰ এডমিৰেল আৰু বায়ুসেনাৰ এয়াৰ চিফ মাৰ্শ্বাল পৰ্যায়ৰ এজন বিষয়াক ‘চিংগল পইণ্ট এডভাইজাৰ’ হিচাপে নিযুক্তি দিয়াটো নিয়ম আছিল।

২০২০ চনৰ জানুৱাৰী মাহত প্ৰাক্তন সেনাধ্যক্ষ জেনেৰেল বিপিন ৰাৱটক সেনাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল। কিন্তু চলিত বৰ্ষৰ জুন মাহত কেন্দ্ৰই চিডিএছৰ পদত নিযুক্তিৰ বাবে নতুন মাপকাঠী ঘোষণা কৰে। নতুন নিয়ম অনুসৰি কেৱল সশস্ত্ৰ বাহিনীৰ তিনিটা শাখাৰ (স্থল, নৌসেনা আৰু বায়ুসেনা) মুৰব্বীসকলেই নহয় (যিসকল চাৰি তাৰকা জেনেৰেলৰ ৰেংকৰ), তেওঁলোকৰ পৰৱৰ্তী স্তৰৰ বিষয়াসকলো (ৰেংকৰ… থ্ৰী-ষ্টাৰ জেনেৰেল)ক এইবাৰ চিডিএছৰ বাবে যোগ্য বুলি গণ্য কৰা হʼব।

অধিসূচনা অনুসৰি, সেনাৰ লেফটেনেণ্ট জেনেৰেল, নৌসেনাৰ ভাইচ এডমিৰেল আৰু বায়ুসেনাৰ এয়াৰ মাৰ্শ্বাল (থ্ৰী ষ্টাৰ ৰেংক)ৰ কিছুমান ৰেংকৰ কাৰ্যনিৰ্বাহ কৰা বা নৱ-অৱসৰপ্ৰাপ্ত বিষয়াসকলকো চিডিএছ পদৰ বাবে যোগ্য বুলি গণ্য কৰা হʼব। কিন্তু বয়সৰ সীমা ৬২ বছৰৰ ভিতৰত হʼব লাগে। সেই নিয়ম অনুসৰি লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৌহানক নিযুক্তি দিয়া হয়।

Tags: দেশৰ দ্বিতীয় সেনা প্ৰধান
Share4Tweet3Send

Related Posts

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

by News Desk
July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

by News Desk
July 16, 2026
50
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

by Staff Reporter
July 16, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

by Staff Reporter
July 16, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir controversy I শুদ্ধ মনে দান নকৰা ভক্তৰ ধনহে চুৰি হৈছে, ৰাম মন্দিৰ ঘটনাত এইবাৰ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ আচৰিত মন্তব্য

by Staff Reporter
July 16, 2026
50
মাজ আকাশতেই বন্ধ হ’ল এয়াৰ ইণ্ডিয়াৰ বিমানৰ ইঞ্জিন! বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা
National-International

Air India I সম্পূৰ্ণ হোৱাৰ পথত এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাৰ তদন্ত, কেতিয়া ওলাব চূড়ান্ত প্ৰতিবেদন?

by Staff Reporter
July 16, 2026
50
ADVERTISEMENT
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx