ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰিজাৰ্ভ বেংকৰ সন্মুখত কংগ্ৰেছৰ বিশাল গণ বিক্ষোভ

ASSAM TIMES POST by ASSAM TIMES POST
November 6, 2019
Reading Time: 1 min read
A A
0
ৰিজাৰ্ভ বেংকৰ সন্মুখত কংগ্ৰেছৰ বিশাল গণ বিক্ষোভ

logo atp | ASSAM TIMES POSTASSAM TIMES POST
গুৱাহাটীঃ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ আমোলত দেশত ভয়াৱহ অৰ্থনৈতিক মন্দাৱস্থাই দেখা দিয়াৰ অভিযোগৰে বুধবাৰে গুৱাহাটীৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সন্মুখত বিশাল গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে। ইয়াত প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক তথা নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱট, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, অসম বিধান সভাত কংগ্ৰেছৰ দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, ভূপেন কুমাৰ বৰা, বিধায়ক ৰেকিবুদ্দিন আহমেদ, নুৰুল হুদা, ৰ’জলিনা তিৰ্কী, মহিলা কংগ্ৰেছৰ সভানেত্ৰী নন্দিতা দাস, অজন্তা নেওগ, অংকিতা দত্ত, মানস বৰাকে ধৰি আন কেইবাজনো নেতা-নেত্ৰীক আৰক্ষীয়ে আটক কৰে। প্ৰতিবাদকাৰীসকলে বেৰিকেড ভাঙি ৰিজাৰ্ভ বেংকৰ প্ৰৱেশদ্বাৰলৈ যাব খোজোতেই আৰক্ষী, নিৰাপত্তা বাহিনীৰ সৈতে প্ৰতিবাদকাৰীসকলৰ হতা-হতিৰ সূত্ৰপাত ঘটে। প্ৰতিবাদকাৰীসকলক ছত্ৰ ভংগ দিয়াবলৈ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে তেওঁলোকৰ ওপৰত লাঠীচালনাও কৰে।

RELATED POSTS

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

Tags: Featured
Share5Tweet3Send

Related Posts

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
ADVERTISEMENT
Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন
National-International

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

May 24, 2026
50
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ
National-International

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

May 24, 2026
50
Russia attack on Ukraine : ইউক্ৰেইনৰ ওপৰত ৭০ ক্ষেপণাস্ত্ৰ, ৪৫০ ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ
National-International

‎ৰাছিয়াই কিয়েভত যুদ্ধৰ আটাইতকৈ ডাঙৰ আক্ৰমণ I অৰেচনিক ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনক আঘাত ‎

May 24, 2026
50
‎পাকিস্তানত ৰেল বিস্ফোৰণ, বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদীৰ আক্ৰমণ I কমেও ২৪জন নিহত
National-International

‎পাকিস্তানত ৰেল বিস্ফোৰণ, বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদীৰ আক্ৰমণ I কমেও ২৪জন নিহত

May 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

May 24, 2026
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

May 24, 2026
Russia attack on Ukraine : ইউক্ৰেইনৰ ওপৰত ৭০ ক্ষেপণাস্ত্ৰ, ৪৫০ ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ

‎ৰাছিয়াই কিয়েভত যুদ্ধৰ আটাইতকৈ ডাঙৰ আক্ৰমণ I অৰেচনিক ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনক আঘাত ‎

May 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx