ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ভাৰতত প্রথম ভাষাৰ ভিত্তিত অনুসূচিত জনজাতিৰ মৰ্যাদা! জম্মুত অমিত শ্বাহৰ সংৰক্ষণ ঘোষণাত নতুন বিতর্ক:

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
October 4, 2022
Reading Time: 1 min read
A A
0
ভাৰতত প্রথম ভাষাৰ ভিত্তিত অনুসূচিত জনজাতিৰ মৰ্যাদা! জম্মুত অমিত শ্বাহৰ সংৰক্ষণ ঘোষণাত নতুন বিতর্ক:

RELATED POSTS

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

স্বাধীন ভাৰতৰ ইতিহাসত প্রথমবাৰ ভাষাৰ ভিত্তিত অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়াৰ প্রক্রিয়াৰ সূচনা কৰিলে নৰেন্দ্র মোদী চৰকাৰে। মঙ্গলবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰিৰ জনসভাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে জনাইছে, গুজ্জৰ আৰু বকৰৱালসকলৰ পিছত এইবাৰ পাহাৰী জনগোষ্ঠীকো অনুসূচিত জনজাতিৰ মর্যাদা দিয়া হ’ব।

জম্মুত অমিত শ্বাহৰ সংৰক্ষণ ঘোষণাসাংবিধানিক বিধি মানি চৰকাৰী শিক্ষা আৰু চাকৰিৰ ক্ষেত্রত পাহাৰী জনগোষ্ঠীৰ প্রতিনিধিসকলে সংৰক্ষণৰ সুবিধা পাব বুলিও জনাইছে শ্বাহে। তেওঁ কয়, ‘‘৩৭০ ধাৰাত জম্মু-কাশ্মীৰক বিশেষ মর্যাদা দিয়াৰ ব্যৱস্থা বাতিল হোৱাৰ ফলতেই এই ধৰণৰ সংৰক্ষণ সম্ভব হৈছে। এইবাৰ জম্মু-কাশ্মীৰৰ সংখ্যালঘু, দলিত, আদিবাসী, পাহাৰীসকলে তেওঁলোকৰ ন্যায্য অধিকাৰ পাব।’’

ভাৰতত প্রথম ভাষাৰ ভিত্তিত অনুসূচিত জনজাতিৰ মৰ্যাদাউল্লেখ্য, ভাৰতীয় সং‌বিধান অনুযায়ী ভাষাগত ভিত্তিত কোনো জনগোষ্ঠীক সংৰক্ষণৰ সুবিধা দিয়াৰ ব্যৱস্থা নাই। পাহাৰীসকলৰ বাবে সেয়ে প্রয়োজনীয় সংশোধনী বিল সংসদত গৃহীত কৰাব লাগিব মোদী চৰকাৰে। জম্মু-কাশ্মীৰত পাহাৰীসকলৰ মুঠ সংখ্যা ৬ লাখৰ অধিক। তেওঁলোকৰ হিন্দু হিন্দু ৫৫ শতাংশ। মুছলিম প্রায় ৪৫ শতাংশ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অনুসূচিত জনজাতিৰ মৰ্যাদা
Share5Tweet3Send

Related Posts

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ
National-International

by News Desk
September 1, 2026
55
IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ
National-International

IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

by News Desk
September 1, 2026
51
India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ
National-International

India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ

by News Desk
September 1, 2026
51
Mohan Bhagawat : ভাৰত মহাশক্তিধৰ নহয়, বিশ্বৰ সেৱা কৰি আজি বিশ্ব গুৰু, কানাডাত আৰএছএছৰ মুৰব্বী মোহন ভাগৱত
National-International

Mohan Bhagawat : ভাৰত মহাশক্তিধৰ নহয়, বিশ্বৰ সেৱা কৰি আজি বিশ্ব গুৰু, কানাডাত আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

by News Desk
September 1, 2026
53
Hottest August : ১৯০১ চনৰ পিছত প্ৰথমবাৰ সৰ্বাধিক উষ্ণ আগষ্ট মাহ, ছেপ্টেম্বৰত স্বাভাৱিকতকৈ কম বৰষুণৰ পূৰ্বাভাস
National-International

Hottest August : ১৯০১ চনৰ পিছত প্ৰথমবাৰ সৰ্বাধিক উষ্ণ আগষ্ট মাহ, ছেপ্টেম্বৰত স্বাভাৱিকতকৈ কম বৰষুণৰ পূৰ্বাভাস

by News Desk
September 1, 2026
51
Anna Hazare : গুৰুতৰভাৱে অসুস্থ আন্না হাজাৰে, মুম্বাই চিকিৎসালয়ত ভৰ্তি ৮৯ বছৰীয়া সমাজকৰ্মী
National-International

Anna Hazare : গুৰুতৰভাৱে অসুস্থ আন্না হাজাৰে, মুম্বাই চিকিৎসালয়ত ভৰ্তি ৮৯ বছৰীয়া সমাজকৰ্মী

by News Desk
September 1, 2026
51
ADVERTISEMENT
Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ
KARBI ANGLONG

September 2, 2026
51
Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

57
CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ
National-International

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

September 1, 2026
55
IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ
National-International

IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

September 1, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ

Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ

September 2, 2026
Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

September 1, 2026
CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

September 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d