ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাত মহকুমা কবি সন্মিলনৰ উদ্যোগত কেন্দ্ৰীয় কাৰ্যসূচী “কাব্যদিন” উদযাপন

ASSAM TIMES POST by ASSAM TIMES POST
November 10, 2019
Reading Time: 1 min read
A A
0
বোকাখাত মহকুমা কবি সন্মিলনৰ উদ্যোগত কেন্দ্ৰীয় কাৰ্যসূচী “কাব্যদিন” উদযাপন

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাত মহকুমা কবি সন্মিলনৰ উদ্যোগত বোকাখাত পুৱতি শাখা সাহিত্য সভা ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় সদৌ অসম কবি সন্মিলনৰ স্ব-ৰচিত কবিতা পাঠৰ কেন্দ্ৰীয় কাৰ্যসূচী “কাব্যদিন “৷ সদৌ অসম কবি সন্মিলনৰ নৱগঠিত সমিতিৰ প্ৰথমটো কেন্দ্ৰীয় কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ সন্মানীয় সভাপতি প্ৰদীপ শইকীয়া, উপ সভাপতি ৰাজুমণি বেজবৰুৱা, প্ৰধান সম্পাদক উজ্জ্বল পাওগামকে প্ৰমুখ্য কৰি বহুকেইজন কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া৷
প্ৰায় দুশৰো অধিক কাব্যপ্ৰেমী লোকৰ উপস্থিতিৰে মনোগ্ৰাহী হৈ উঠা এই অনুষ্ঠানটি স্বৰচিত কবিতা পাঠেৰে জীপাল কৰি তুলিলে এশ চাৰিজন কবিয়ে৷

বোকাখাত মহকুমা কবি সন্মিলনৰ সম্পাদক মনালিছা শইকীয়াই আঁত ধৰা অনুষ্ঠানৰ আদৰণী ভাষণ আৰু সভাপতিৰ ভাষণ প্ৰদান কৰে ক্ৰমে সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগাম আৰু সভাপতি প্ৰদীপ শইকীয়াই। সভাপতি গৰাকীয়ে নিজৰ ভাষণত সংগঠনটোৰ নীতি আদৰ্শৰ পথেৰে সংগঠনটোক গতিশীলতা প্ৰদান কৰাৰ লগতে অধিক গণমুখী কৰি তোলাৰ কথা দোহাৰে। অনুষ্ঠানত শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি অমৰ শৰ্মাই।

অনুষ্ঠানতে সদৌ অসম কবি সন্মিলনৰ সভাপতি, প্ৰধান সম্পাদকৰ লগতে উপসভাপতি ৰাজুমনি বেজবৰুৱা, কেন্দ্ৰীয় বিষয় ববীয়া সকল ক্ৰমে সঞ্জীৱ সাগৰ চৌধুৰী, পলিমা চেতিয়া বসুমতাৰী, হেমা চৌধুৰী গগৈ, জিণ্টু ফুকন, জুলি বৰুৱা, গাৰ্গী ভূঞা শইকীয়া, দেৱজিৎ গোস্বামী, দীপ হেষ্টিংচ বড়ি আৰু গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি নৰেণ শইকীয়া আৰু বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি অমৰ শৰ্মাক একোখনিকৈ অসমীয়া শিপিনীয়ে তাঁতৰ শালত বোৱা অসমৰ বাপতি সাহোন গামোচা আৰু বোকাখাতৰ কবি সকলৰ কাব্যগ্ৰন্থ সম্বলিত একোটিকৈ গ্ৰন্থৰ টোপোলাৰে আৰু বোকাখাত মহকুমা কবি সন্মিলনৰ উপসভাপতি মিনতি দলে, গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া জুৰি শইকীয়া, বোকাখাত মহকুমা কবি সন্মিলনৰ উপদেষ্টাবৃন্দ ক্ৰমে নিজৰা বৰঠাকুৰ, কল্পনা চেতিয়া, অপূৰ্ব বৰদলৈ আৰু বুবুল দত্ত, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পুতলী খাওণ্ডক একোটিকৈ গ্ৰন্থৰ টোপোলাৰে সম্বৰ্দ্ধনা জনোৱা হয়।

অসমৰ বিভিন্ন স্থানৰ পৰা অহা কবি সকলৰ লগতে বহুসংখ্যক স্থানীয় কবিয়ে স্ব-ৰচিত কবিতা পাঠ কৰা অনুষ্ঠানটোত যোৱা ৩ নৱেম্বৰত দুলিয়াজানৰ কেন্দ্ৰীয় ন-পুৰণি কাৰ্যনিৰ্বাহক সভাত অনুপস্থিত কিছু সংখ্যক নৱ নিৰ্বাচিত কেন্দ্ৰীয় বিষয় ববীয়াক সভাপতি প্ৰদীপ শইকীয়াই শপত বাক্য পাঠ কৰায়। কাব্যদিন অনুষ্ঠানত গোলাঘাট জিলা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি ৰাখি দত্ত শইকীয়া, উপসভাপতি পাৰিজাত বৰুৱাৰ লগতে ৰিজু শইকীয়া বৰদলৈ আদি, পূৱ নৈপৰীয়া বোকাখাত শাখা কবি সন্মিলন, মহুৰামুখ শাখা কবি সন্মিলন, কাজিৰঙা শাখা কবি সন্মিলনৰ লগতে ভালে সংখ্যক স্থানীয় গণ্যমান্য ব্যক্তি, কবি আৰু বোকাখাত মহকুমা কবি সন্মিলনৰ উপদেষ্টা সকল, সমূহ বিষয় ববীয়া আৰু সদস্য উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। কবি সন্মিলনখনিৰ আঁত ধৰে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পলিমা চেতিয়া বসুমতাৰীয়ে। বোকাখাত মহকুমা কবি সন্মিলনৰ সম্পাদক মনালিছা শইকীয়াই অনুষ্ঠানটিৰ সফল ৰূপায়ণৰ বাবে সংগঠনটোৰ কেন্দ্ৰীয়, জিলা সমিতি, বোকাখাত মহকুমা কবি সন্মিলনৰ সমূহ উপদেষ্টা, বিষয় ববীয়া আৰু সদস্য তথা উপস্থিত সদৌটি কাব্যপ্ৰেমী ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই শলাগৰ শৰাই আগবঢ়ায়৷

Tags: Featured
Share4Tweet3Send

Related Posts

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

by News Desk
August 15, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
ADVERTISEMENT
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
50
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

August 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx