ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

কলাক্ষেত্ৰত আত্মসমৰ্পণকাৰী বিদ্ৰোহীক আৰ্থিক সাহায্য বিতৰণ মুখ্যমন্ত্ৰীৰ:

ষ্টাফ ৰিপ'ৰ্টাৰ:

ASSAM TIMES POST by ASSAM TIMES POST
October 31, 2022
Reading Time: 1 min read
A A
0
কলাক্ষেত্ৰত আত্মসমৰ্পণকাৰী বিদ্ৰোহীক আৰ্থিক সাহায্য বিতৰণ মুখ্যমন্ত্ৰীৰ:

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰি গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ প্ৰতি আস্থা প্ৰকাশ কৰা ছটা সংগঠনৰ সদস্যক আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আৰ্থিক সাহায্য বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

কলাক্ষেত্ৰত আত্মসমৰ্পণকাৰী বিদ্ৰোহীক আৰ্থিক সাহায্যঅনুষ্ঠানত পুনৰ সংস্থাপনৰ জৰিয়তে আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত কৰিবলৈ ইউ জি পি অ’ৰ ১২৭গৰাকী, টি এল এৰ ৭৪গৰাকী, কে এন এল এৰ ৩৮গৰাকী, কে এল এফৰ ৩৩গৰাকী, আলফাৰ ৩৫গৰাকী, ডি এন এল এৰ ১১গৰাকীৰ সহিতে মুঠ ৩১৮গৰাকী কেডাৰক ১.৫ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হয়৷

আত্মসমৰ্পণকাৰী বিদ্ৰোহীক আৰ্থিক সাহায্য বিতৰণ মুখ্যমন্ত্ৰীৰ:উল্লেখ্য, আজিৰ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কয়, আজিলৈকে এন ডি এফ বিৰ ৪২০৩, পি ডি চি কেৰ ৩৬৫, কে পি এল টিৰ ৯৭৪, ইউ পি এল এৰ ৩৫১, কে এল এন এল এফৰ ২৩৬, আলফাৰ ৮৭, ইউ পি আৰ এফৰ ২৯, আৰ এন এল এফৰ ২৮, এ ডি এফৰ ৮৮, এন এল এফ বিৰ (বেংগলী) ৩০৩ আৰু অন্যান্য ১৩গৰাকী সহিতে মুঠ ৬৭৪০গৰাকী মূলসুঁতিলৈ উভতি অহা এইসকল সংগঠনৰ প্ৰাক্তন কেডাৰক অসম চৰকাৰৰ আত্মসমৰ্পণ তথা পুনৰ সংস্থাপন আঁচনিৰ অধীনত পুনৰ সংস্থাপন দিয়া হৈছে৷

আত্মসমৰ্পণকাৰী বিদ্ৰোহীক আৰ্থিক সাহায্য বিতৰণ মুখ্যমন্ত্ৰীৰ:লগতে এন ডি এফ বি আৰু কাৰ্বি কেডাৰৰ ৩২৭৬গৰাকীক অসম আৰক্ষীৰ বিশেষ শাখাই এছ আই পি আৰ ডিৰ সহযোগত দক্ষতা বিকাশ প্ৰশিক্ষণ প্ৰদান কৰিছে৷অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ পৰেশ বৰুৱালৈ আহ্বান, “হিংসাৰ পথ পৰিহাৰ কৰি শান্তি আৰু আলাপ-আলোচনাৰ মাধ্যমেৰে সমস্যাসমূহ সমাধানৰ বাবে আগবাঢ়ি আহিবলৈ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াক আহ্বান জনালোঁ।

অসমত আজি এটা কথা প্ৰতীয়মাণ হৈছে যে অসমৰ জনগণ তথা প্ৰতিটো জনগোষ্ঠীৰ কোনো লোকেই হিংসা, সন্ত্ৰাস, বিভেদ আৰু অশুভ-অপ্ৰীতি নিবিচাৰে৷ ৰক্তক্ষয়ৰ ইতিহাস চিৰদিনৰ বাবে বন্ধ কৰি উন্নয়ন আৰু প্ৰগতিৰ পথ সুচল কৰি আমাৰ এই অসম ভূমিক বিকাশত ৰাজ্য হিচাপে গঢ়ি তোলাৰ দায়িত্ব আমাৰ সকলোৰে।

মই আশা কৰিম যে আজি যিখিনি চৰকাৰী আৰ্থিক সাহায্য আপোনালোকক প্ৰদান কৰা হ’ল তাৰ যাতে সদ্ব্যৱহাৰ কৰা হয়৷” উল্লেখ্য, আজিৰ এই অনুষ্ঠানত তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মা, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং, আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালকপ্ৰধান হীৰেন কুমাৰ নাথ, কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ মহাপৰিদৰ্শক সোণালী বি মিশ্ৰ, সীমান্ত নিৰাপত্তা বাহিনীৰ মহাপৰিদৰ্শক কনোৱালজিৎ সিং বনোৱাল, ব্ৰিগেডিয়াৰ মেথিউ জেকব প্ৰমুখ্যে বহু গণ্য-মান্য লোক উপস্থিত থাকে।

Tags: কলাক্ষেত্ৰত আত্মসমৰ্পণকাৰী বিদ্ৰোহীক আৰ্থিক সাহায্য
Share4Tweet3Send

Related Posts

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
ADVERTISEMENT
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

May 26, 2026
50
Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ
National-International

Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

May 26, 2026
50
Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই
National-International

Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

May 26, 2026
50
Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল
National-International

Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল

May 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

May 26, 2026
Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

May 26, 2026
Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx