ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কংগ্ৰেছৰ সহস্ৰাধিক সমৰ্থকৰ উষ্ম আদৰণিৰ মাজত খৰছিং ইংতি আৰু অশোক টেৰণৰ কাৰ্যভাৰ গ্ৰহণ

ASSAM TIMES POST by ASSAM TIMES POST
November 11, 2019
Reading Time: 1 min read
A A
0

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা প্ৰাক্তন মন্ত্ৰী খৰছিং ইংতিক কাৰবি আংলং জিলা কংগ্ৰেছৰ সভাপতি ৰূপে দায়িত্ব অৰ্পণ কৰিছে ৷ সেইদৰে যুৱনেতা তথা কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অশোক টেৰণক কাৰ্যকৰী সভাপতি ৰূপে দায়িত্ব অৰ্পণ কৰিছে ৷ জিলা কংগ্ৰেছৰ গুৰু দায়িত্ব লাভ কৰা দুয়োজন নেতাক আজি ডিফুস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সহস্ৰাধিক দলীয় কৰ্মী- সমৰ্থকে বিপুলভাবে আদৰণি আৰু উষ্ম সম্বৰ্ধনা জনায় ৷

RELATED POSTS

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

জিলা কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতা – কৰ্মীয়ে সম্বৰ্ধনা সভাত উপস্থিত হৈ শীৰ্ষ নেতা দুগৰাকীক হৰ্ষোল্লাসৰ মাজত দললৈ আদৰি আনে ৷ ৰাইজৰ সম্বৰ্ধনা গ্ৰহণ কৰি দলৰ উৰ্দ্ধতন কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দায়িত্ব গ্ৰহণৰ পিছত দলটোক কিদৰে জনমুখী কৰিব পাৰিব তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ৷

WhatsApp Image 2019 11 11 at 4.35.47 AM | ASSAM TIMES POST

এএছডিছিৰ দীঘলীয়া শাসনৰ অন্তত যিদৰে ৰাইজে কংগ্ৰেছক আদৰি লৈছিলতেনেদৰে পৰৱৰ্তী সময়তো ৰাইজৰ আস্থা লাভ কৰিবলৈ কংগ্ৰেছে সক্ষম হব পাৰিব বুলি নেতা গৰাকী আশাবাদী ৷ আনহাতে কাৰ্যকৰী সভাপতি ৰূপে জিলা কংগ্ৰেছৰ দায়িত্ব লাভ কৰা যুৱ নেতা অশোক টেৰণে পৰৱৰ্তী পৰ্যায়ত ৰাইজৰ সহায় – সহযোগিতা কামনা কৰিছে ৷

WhatsApp Image 2019 11 11 at 4.35.46 AM | ASSAM TIMES POST

প্ৰসংগ ক্ৰমে উল্লেখ যোগ্য যে এএছডিচিৰ দীঘলীয়া শাসনৰ পিছত কংগ্ৰেছে শাসনৰ বাঘজৰী চম্ভালী ১৫ বছৰীয়া অবিসম্বাদী হিচাপে ৰাজত্ব চলাইছিল যদিও বিজেপিৰ ঈৰ্শনীয় উত্থানত জিলাখনত কংগ্ৰেছে সকলো নিৰ্বাচনী প্ৰক্ৰিয়াত ব্যৰ্থতা প্ৰদান কৰি থানবান হৈ পৰে ৷ নৱ নিযুক্ত নেতা দুগৰাকীয়ে কেনেদৰে পৰৱৰ্তী সময়ত দলক আগুৱাই নিব সেয়া লক্ষণীয় হৈ পৰিছে।

Tags: FeaturedFeatured2karbi anglong
Share55Tweet3Send

Related Posts

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
ADVERTISEMENT
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

July 16, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

July 16, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir controversy I শুদ্ধ মনে দান নকৰা ভক্তৰ ধনহে চুৰি হৈছে, ৰাম মন্দিৰ ঘটনাত এইবাৰ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ আচৰিত মন্তব্য

July 16, 2026
50
মাজ আকাশতেই বন্ধ হ’ল এয়াৰ ইণ্ডিয়াৰ বিমানৰ ইঞ্জিন! বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা
National-International

Air India I সম্পূৰ্ণ হোৱাৰ পথত এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাৰ তদন্ত, কেতিয়া ওলাব চূড়ান্ত প্ৰতিবেদন?

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

July 16, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

July 16, 2026
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

Ram Mandir controversy I শুদ্ধ মনে দান নকৰা ভক্তৰ ধনহে চুৰি হৈছে, ৰাম মন্দিৰ ঘটনাত এইবাৰ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ আচৰিত মন্তব্য

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx