ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Tech

নতুন পদক্ষেপ মহাকাশত, দেশৰ প্ৰথমটো ব্যক্তিগত ৰকেট ‘বিক্ৰম-এছʼৰ সফল উৎক্ষেপণ

নিউজ ডেস্কঃ

News Desk by News Desk
November 18, 2022
Reading Time: 1 min read
A A
0
নতুন পদক্ষেপ মহাকাশত, দেশৰ প্ৰথমটো ব্যক্তিগত ৰকেট ‘বিক্ৰম-এছʼৰ সফল উৎক্ষেপণ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট ‘বিক্ৰম-এছ’ মহাকাশলৈ উৎক্ষেপণ কৰা হ’ল। হায়দৰাবাদৰ ব্যক্তিগত কোম্পানী ‘স্কাইৰুট এৰোস্পেচʼৰ দ্বাৰা নিৰ্মিত ৰকেটটো শুকুৰবাৰে পুৱা অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধাৱন মহাকাশ গৱেষণা কেন্দ্ৰৰ লঞ্চ পেডৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হয়। ইয়াৰ নাম ‘বিক্ৰম-এছ’ ৰখা হৈছে।

দেশৰ প্ৰথমটো ব্যক্তিগত ৰকেট ‘বিক্ৰম-এছʼৰ সফল উৎক্ষেপণ
Successful launch of private rocket ‘Vikram-S:

ইছৰোৰ সূত্ৰ অনুসৰি, ‘বিক্ৰম-এছ’ উৎক্ষেপণৰ পিছতে নিৰ্দিষ্ট কক্ষপথত সফলতাৰে উপনীত হয়। ‘স্কাইৰুট এৰোস্পেচʼৰ এই অভিযানৰ কোড নাম আছিল ‘প্ৰম্ভা’। উল্লেখ্য, ব্যক্তিগত পদক্ষেপত নিৰ্মাণ কৰা প্ৰথমটো ৰকেটৰ নাম ভাৰতৰ প্ৰখ্যাত গৱেষক তথা মহাকাশ পথ প্ৰদৰ্শক বিক্ৰম সাৰাভাইৰ নামেৰে ৰখা হৈছে।

‘বিক্ৰম-এছʼৰ উৎপাদন কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া পৱনকুমাৰ চন্দনাই জনায় যে চলিত মাহৰ আৰম্ভণিতে তেওঁলোকৰ ৰকেট নিৰ্মাণৰ কাম সফলভাৱে সমাপ্ত হৈছে। ১২ৰ পৰা ১৬ নৱেম্বৰৰ ভিতৰত এই উন্মোচন হʼব। ইছৰোৰ এক সূত্ৰৰ মতে, ইঞ্জিনটোৰ কিছু বিশদ পৰীক্ষাৰ বাবে সময়সীমা অলপ পিছুৱাই দিয়া হৈছে। শুকুৰবাৰে এই সফল উৎক্ষেপণৰ কথা টুইটাৰযোগে প্ৰস্তুত কোম্পানীটোৱে ঘোষণা কৰে।

‘বিক্ৰম-এছ’ হৈছে একক পৰ্যায়ৰ উপ-কক্ষপথৰ ৰকেট। এই ৰকেটে বিক্ৰম ছিৰিজৰ অন্যান্য ৰকেটৰ কাৰিকৰী ক্ষমতা পৰীক্ষা কৰাত সহায় কৰিব। উল্লেখ্য, ২০২০ চনত নৰেন্দ্ৰ মোদীৰ চৰকাৰে দেশত মহাকাশ গৱেষণাৰ ব্যাপক সংস্কাৰৰ পথ গ্ৰহণ কৰিছিল। সিদ্ধান্ত লোৱা হৈছে যে কেৱল ইছৰোৱেই নহয়, ব্যক্তিগত কোম্পানীয়েও এইবাৰ ভাৰতত মহাকাশৰ ৰকেট নিৰ্মাণ কৰিব পাৰিব। কৃত্ৰিম উপগ্ৰহ আৰু ইয়াৰ আনুষংগিক সঁজুলি তৈয়াৰ কৰিব পাৰে।

ইছৰোৰ বাহিৰেও দেশৰ মহাকাশ গৱেষণাত ব্যক্তিগত কোম্পানীক জড়িত কৰিবলৈ এটা সুকীয়া সংস্থা গঠনৰ প্ৰস্তাৱো কেইবছৰমান পূৰ্বে কেন্দ্ৰীয় কেবিনেট বৈঠকত অনুমোদন জনোৱা হৈছিল। সংস্থাটোৰ নাম দিয়া হৈছে, ‘ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰচাৰ আৰু অনুমোদন কেন্দ্ৰ (IN-SPACE)’।

Tags: Successful launch of private rocket 'Vikram-S'ব্যক্তিগত ৰকেট ‘বিক্ৰম-এছʼৰ সফল উৎক্ষেপণ
Share4Tweet3Send

Related Posts

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

by News Desk
June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

by News Desk
June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

by News Desk
June 23, 2026
50
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

by Staff Reporter
June 23, 2026
50
ADVERTISEMENT
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
50
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT