ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

টুমপ্ৰেঙত বান পীড়িতৰ মাজত বান সহাৰ্যৰ চেক বিতৰণ। “চৰকাৰ বিৰোধী দলে ৰাইজক একো দিব নোৱাৰে”— তুলিৰাম ৰংহাং

ASSAM TIMES POST by ASSAM TIMES POST
November 14, 2019
Reading Time: 1 min read
A A
0
টুমপ্ৰেঙত বান পীড়িতৰ মাজত বান সহাৰ্যৰ চেক বিতৰণ। “চৰকাৰ বিৰোধী দলে ৰাইজক একো দিব নোৱাৰে”— তুলিৰাম ৰংহাং

logo atp 199x300 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

খেৰণি : পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেঙত আজি বান পীড়িতৰ মাজত আনুষ্ঠানিকভাৱে বান সহাৰ্যৰ চেক বিতৰণ কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। আয়োজিত চেক বিতৰণি অনুষ্ঠানত তথা সভাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য অমৰছিং তিচ্ছ’, পৰিষদীয় সদস্য দৰছিং ৰংহাং, মনোনীত সদস্য চন্দ্ৰ বাহাদুৰ ছেত্ৰী, কাৰ্বি পৰিষদৰ বিভাগীয় বৰ্ড অধ্যক্ষ ক্ৰমে দিত্যলাল হাষ্ণু, বিদ্যাছিং টেৰণকে ধৰি বিজেপি নেতা কৰ্মীৰ লগতে কেবা শতাধিক বানাক্ৰান্ত পৰিয়ালৰ সদস্য উপস্থিত থাকে।

WhatsApp Image 2019 11 14 at 9.10.41 PM | ASSAM TIMES POST

কাতিমহীয়া বানৰ সময়ছোৱাত পশ্চিম কাৰ্বি আংলঙত বানাক্ৰান্তৰ কাষ চাপি মন্ত্ৰী চুম ৰংহাং, কেশৱ মহন্ত, কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু পশ্চিম কাৰ্বি আংলঙৰ জিলা উপায়ুক্ত ইছফাকুৰ ৰহমান উপস্থিত হৈ যি চৰকাৰী ৩৮০০ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰিছিল সেয়া আজি কাৰ্বি পৰিষদৰ সজাতি দলৰ উপস্থিতিত তুলিৰাম ৰংহাঙে চেক যোগে বিতৰণ কৰে আৰু এইয়াই হৈছে প্ৰথম বাৰৰবাবে বৃহত্তৰ টুমপ্ৰেঙ, তৰাডুবি, খান্দাজান আদি অঞ্চলৰ ৰাইজে লাভ কৰা অসম চৰকাৰৰ বান সাহাৰ্য বুলি মন্তব্য কৰে। কেৱল এইয়াই নহয়, বিধ্বস্ত বানৰ কৱলত থকাৰ সময়ত ৰংহাঙে চাউল, দালি, চেনী, তেল, খোৱাপানী আদিৰো সাহাৰ্য নিজাববীয়াকৈ প্ৰদান কৰিছে বুলি উল্লেখ কৰে।

সমান্তৰালকৈ বৃহত্তৰ টুমপ্ৰেঙ অঞ্চলৰ ১৩৫ গৰাকী হিতাধিকাৰীৰ মাজত আজি বিনামূলীয়া উজ্বলা যোজনাৰ ৰন্ধন গেছ বিতৰণ কৰে ৰংহাঙে। আনহাতে কাৰ্বি পৰিষদৰ অধীনৰ বিথু ৰেংথেমা সমষ্টিৰ বিজেপিৰ দলীয় কাম কাজ নিয়াৰিকৈ, সুকলমে আৰু শক্তিশালীৰূপে কৰাৰ বাবে সমষ্টিটোৰ অন্তর্গৰ প্ৰতিটো বিজেপি স্থানীয় কমিতিক একোটাকৈ মোবাইল ডিভাইছো বিতৰণ কৰে। সভাৰ ভাষণ প্ৰসংগত ৰংহাঙে কয় যে চৰকাৰ বিৰোধী দলে ৰাইজক একো দিব নোৱাৰে, আনকি এখন আচঁনিও দিব নোৱাৰে। গতিকে বিৰোধীৰ কথাত পতিয়ন নগৈ চৰকাৰ পৰিচালনা কৰা দলত থাকি সহায় সহযোগ কৰিবলৈ ৰাইজক আহ্বান জনায় ৰংহাঙে। কাৰণ চৰকাৰেহে ৰাইজৰ সমস্যা দূৰ কৰে, উন্নয়ন সাধন কৰে, ৰাইজৰ দুখ দুৰ্গতি দূৰ কৰে বুলি মন্তব্য কৰে ৰংহাঙে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
ADVERTISEMENT
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx