ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

দিল্লীত অসম সাহিত্য সভাৰ অনুষ্ঠানত ডাঃ হেমন্ত কুমাৰ গোস্বামীৰ কাব্যপুথি উন্মোচন

ব্যুৰো ৰিপ'ৰ্ট‌ঃ নগাঁও

News Desk by News Desk
December 26, 2022
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST
নতুন দিল্লী (New Delhi)ৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত (Srimanta Sankardeva Bhavan) কালি বিয়লি অনুষ্ঠিত অসম সাহিত্য সভাৰ (Assam Sahitya Sabha) দিল্লী শাখাৰ (Delhi Branch) এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বিশিষ্ট লেখক- কবি ডা: হেমন্ত কুমাৰ গোস্বামী (Dr. Hemant Kumar Goswami)ৰ শেহতীয়া কাব্যপুথি “এখন প্ৰেমময় পৃথিৱীৰ বাবে” উন্মোচন কৰা হয়।

দিল্লীত ডাঃ হেমন্ত কুমাৰ গোস্বামীৰ কাব্যপুথি উন্মোচন
দিল্লীত ডাঃ হেমন্ত কুমাৰ গোস্বামীৰ কাব্যপুথি উন্মোচন:

কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ড: মঞ্জু দেৱী পেগুৰ বিশ্লেষন সম্বলিত কাব্য পুথিখন উন্মোচন কৰে ক্ৰমে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা তথা চলিত বৰ্ষৰ সাহিত্যিক পেঞ্চন প্ৰাপ্ত বিশিষ্ট সাহিত্যিক ড: মলয়া খাউণ্ড, জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক ড: বিনোদ খেদেৰিয়া, দিল্লী নিবাসী বিশিষ্ট সংস্কৃত পণ্ডিত কৰ্ণেল জিতেন হাজৰিকা, দিল্লীৰ বিশিষ্ট সমাজসেৱীকা ড: ৰীণা শৰ্মা আৰু দিল্লী দূৰদৰ্শনৰ প্ৰসিদ্ধ অভিযন্তা ত্ৰিদিৱ শ‌ইকীয়াই।

RELATED POSTS

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানত নগাঁৱৰ উৰিয়াগাঁও নিৱাসী কবি ডাঃ হেমন্ত কুমাৰ গোস্বামী পৰিয়ালসহ উপস্থিত থকাৰ লগতে ডা: গোস্বামীৰ সহধৰ্মিণী পল্লৱী গোস্বামীয়ে কাব্যপুথিখনৰ এটি কবিতা পাঠ কৰে ।

আনহাতে কবি ডা: গোস্বামীয়ে তেওঁৰ কাব্যগ্ৰন্হখন উন্মোচনৰ সুবিধা কৰি দিয়াৰ বাবে অসম সাহিত্য সভাৰ লগতে দিল্লী শাখা সাহিত্য সভা আৰু উন্মোচক সকলক কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখ্য যে ”এখন প্ৰেমময় পৃথিৱীৰ বাবে” কাব্য পুথিখন প্ৰকাশ কৰি উলিয়াইছে নগাঁৱৰ মন্টু বুক ষ্টলে ।

Tags: Dr. HemantKumar Goswami's book of poems unveiled in Delhiদিল্লীত ডাঃ হেমন্ত কুমাৰ গোস্বামীৰ কাব্যপুথি উন্মোচন
Share4Tweet3Send

Related Posts

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
ADVERTISEMENT
E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx