ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

মেছি, ৰোনাল্ডোৰ সৈতে ফুটবল খেলপথাৰত অমিতাভ! ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ

News Desk by News Desk
January 20, 2023
Reading Time: 1 min read
A A
0
মেছি, ৰোনাল্ডোৰ সৈতে ফুটবল খেলপথাৰত অমিতাভ! ভাইৰেল ভিডিঅ’

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

ফুটবল খেলৰ উদ্বোধনী অনুষ্ঠানত (Opening ceremony of the football game) অমিতাভ বচ্চন (Amitabh Bachchan)! সন্মুখত থিয় হৈ আছে মেছি, ৰোনাল্ডো, এমবাপে (Messi, Ronaldo, Mbappe)।চৌদি আৰবৰ খেলপথাৰৰ এনে দৃশ্যই আপ্লুত কৰিছে বচ্চন-অনুৰাগীক। “শ্বেহেনছা”য়েও হাঁহিমুখে সকলোৰে লগত হাত মিলায়। ইয়াৰ পিছতে তেওঁ নিজৰ ইনষ্টাগ্ৰামত ভিডিঅʼটো শ্বেয়াৰ কৰে।

 খেলপথাৰত অমিতাভ
Messi, Ronaldo, Mbappe and Amitabh Bachchan on the football field:

তাত লিখিছে, “গোটেই কথাটো সপোন যেন লাগিছে! ভাবিব নোৱাৰি ৰিয়াধত এটা সন্ধিয়া… ক্রিষ্টিয়ানো ৰোনাল্ডো, লিয়নেল মেছি, এমবাপে, নেইমাৰ সকলো একেলগে খেলা … মই সঁচাকৈয়ে খেলৰ মুকলি অনুষ্ঠানত আমন্ত্ৰিত অতিথি… পিএছজি বনাম ৰিয়াধ ছিজনছ.. অবিশ্বাস্য!!!

লিয়নেল মেছিৰ নেতৃত্বত কিং ফাহদ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ৰিয়াধ একাদশ আৰু পেৰিছ চেণ্ট জাৰ্মেইনৰ (পিএছজি) মাজত অনুষ্ঠিত হয় মেচখন। খেলখনৰ আৰম্ভণিতে অমিতাভক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হয়।

অমিতাভৰ টুইট, ব্লগ, ইনষ্টাগ্ৰাম সকলো সময়তে হিট। বাকী বলীউডৰ তাৰকাসকলে এই ভিডিঅ’টো চাই উৎফুল্লিত হৈ পৰিছে। ডিনো মাৰিয়াই মন্তব্যত লিখিছে, “আচৰিত! কি এক ডাঙৰ অভিজ্ঞতা। তেওঁলোকে আপোনাক লগ পালে।” বিৰাট কোহলীয়ে মন্তব্য কৰে, “ফেণ্টাষ্টিক”। নীল নীতিন মুকেশে লিখিছে, “কি এক আইকনিক মুহূৰ্ত।” ইনষ্টাগ্ৰামৰ উপৰি অমিতাভ বচ্চনে তেওঁৰ ব্লগত কিছু ছবিও শ্বেয়াৰ কৰে। অভিষেক বচ্চন আৰু শ্বেতা বচ্চন নন্দকো তেওঁৰ লগত উপসাগৰীয় দেশলৈ যোৱা দেখা গৈছে।

শ্বেতাই খেলখনৰ কিছু ছবিও নিজৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে।ছৌদি ফুটবল ক্লাব আল নাছৰৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পিছত ক্রিষ্টিয়ানো ৰোনাল্ডোৰ এইখন প্রথম খেল৷ যোৱা বছৰ ফিফা বিশ্বকাপৰ পিছত তেওঁ মানচেষ্টাৰ ইউনাইটেড এৰি থৈ যায়। প্ৰীতি মেচখনত ছৌদি অল ষ্টাৰ একাদশৰ বিৰুদ্ধে মেছি আৰু ৰোনাল্ডোৱে প্ৰত্যেকেই গʼল দিয়ে।

Tags: Amitabh on the fieldMessiRonaldoঅমিতাভ খেলপথাৰতমেছিৰোনাল্ডো
Share4Tweet3Send

Related Posts

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

by News Desk
July 10, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

by News Desk
July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

by News Desk
July 8, 2026
50
Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট
Sports News

Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট

by News Desk
July 6, 2026
50
Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে
Sports News

Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে

by News Desk
July 5, 2026
50
Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত
Sports News

Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত

by News Desk
July 2, 2026
50
ADVERTISEMENT
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx