ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

উত্তৰ প্ৰদেশত পুনৰ বিজেপিৰ আধিপত্য, বিধান পৰিষদৰ নিৰ্বাচনত বৃহৎ জয় বিজেপিৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 4, 2023
Reading Time: 1 min read
A A
0
উত্তৰ প্ৰদেশত পুনৰ বিজেপিৰ আধিপত্য, বিধান পৰিষদৰ নিৰ্বাচনত বৃহৎ জয় বিজেপিৰ

RELATED POSTS

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ

উত্তৰ প্ৰদেশৰ ( Uttar Pradesh) বিধান পৰিষদৰ নিৰ্বাচনত (Election) পুনৰ বৃহৎ জয়লাভ বিজেপিৰ। ৫টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হয়। ইয়াৰে ৪টাত পদ্ম শিবিৰে জয়লাভ কৰিছে। নিৰ্দলীয় প্ৰাৰ্থীয়ে ১ খন আসনত জয়লাভ কৰে। ৫টা সমষ্টিত ধৰাশায়ী সমাজবাদী পাৰ্টি।

BJP WINS
উত্তৰ প্ৰদেশৰ বিধান পৰিষদৰ নিৰ্বাচনত পুনৰ বিজেপিৰ জয়

যোৱা ৩০ জানুৱাৰীত ৫টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই ৫ খন আসনৰ ভিতৰত ৩ খন স্নাতক আৰু ২ খন শিক্ষকৰ বাবে সংৰক্ষিত। বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হয় গণনা। শুকুৰবাৰে সম্পূৰ্ণ হয় গণনাৰ কাম।

গোবলয়ৰ এই ৰাজ্যখনত বিধান পৰিষদৰ আসনৰ সংখ্যা ১০০ খন। ইয়াৰ ভিতৰত এছ পিৰ সদস্যৰ সংখ্যা ৯ জন। বিৰোধী দলৰ নেতা পদ দখল কৰিবলৈ এছ পিক আৰু ১খন আসনৰ প্ৰয়োজন। কিন্তু অখিলেশ যাদৱৰ দলটোৱে ৫খন আসনৰ ভিতৰত এখনো আসন লাভ কৰিব নোৱাৰিলে। কংগ্ৰেছ আৰু বহুজন সমাজ পাৰ্টিয়ে নিৰ্বাচনত অংশ লোৱা নাছিল।

এই বিজয়ৰ লগে লগে বিধান সভাৰ উচ্চ সদনত বিজেপিৰ সদস্যৰ সংখ্যা ৭৯ জনলৈ বৃদ্ধি পালে। বিজেপিয়ে স্নাতকসকলৰ বাবে গোৰখপুৰ-ফৈজাবাদ সংমণ্ডলৰ সংৰক্ষিত আসন, শিক্ষকৰ বাবে এলাহাবাদ-ঝান্সী সংমণ্ডলৰ সংৰক্ষিত আসন, বৰেলী-মোৰাদাবাদ সংমণ্ডলৰ স্নাতকসকলৰ বাবে সংৰক্ষিত আসন আৰু স্নাতকসকলৰ বাবে কানপুৰ সংমণ্ডলৰ সংৰক্ষিত আসন লাভ কৰে। কানপুৰ সংমণ্ডলৰ শিক্ষকৰ বাবে সংৰক্ষিত আসনখন দখল কৰে নিৰ্দলীয় প্ৰাৰ্থী ৰাজ বাহাদুৰ সিং চাণ্ডেলে (Raj Bahadur Singh Chandel)।

বিজেপিৰ জয়ক লৈ স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ (Yogi Adityanath)। বিজেপিৰ প্ৰাৰ্থীৰ বিজয়ক অভিনন্দন জনাই যোগীয়ে টুইটাৰযোগে লিখিছে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Narendra Modi) নেতৃত্বত চলি থকা ডাবল ইঞ্জিন চৰকাৰৰ প্ৰতি জনসাধাৰণৰ সম্পূৰ্ণ আস্থাৰ প্ৰতীক এই জয়।” তাৰ আগতে দলীয় নেতৃত্বই অনুভৱ কৰিছে যে বিধানসভাৰ নির্বাচনত এই বিজয়ে বিজেপি শিবিৰত অতিৰিক্ত অক্সিজেন যোগান ধৰিব৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: উত্তৰ প্ৰদেশ
Share4Tweet3Send

Related Posts

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ
National-International

by News Desk
September 14, 2026
50
Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ
National-International

Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
September 14, 2026
50
UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ
National-International

UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ

by News Desk
September 14, 2026
50
BRICS India 2026 : শুল্কৰ পৰা যুদ্ধলৈকে ট্ৰাম্পৰ নীতিৰ ওপৰত দৃঢ় স্থিতি ব্ৰিকছৰ, বিৰল খনিজ সন্দৰ্ভত জিনপিঙলৈ মোদীৰ বাৰ্তা

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত

September 12, 2026
51
ED Karnataka raid : কৰ্ণাটকৰ মন্ত্ৰীৰ ২১টা ঠিকনাত ইডিৰ তালাচীত ৩ কোটি উদ্ধাৰ, উদ্দেশ্যপ্ৰণোদিত আখ্যা মন্তব্য কংগ্ৰেছৰ

53
ADVERTISEMENT
Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ
National-International

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

September 14, 2026
50
Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ
National-International

Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

September 14, 2026
50
UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ
National-International

UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ

September 14, 2026
50
BRICS India 2026 : শুল্কৰ পৰা যুদ্ধলৈকে ট্ৰাম্পৰ নীতিৰ ওপৰত দৃঢ় স্থিতি ব্ৰিকছৰ, বিৰল খনিজ সন্দৰ্ভত জিনপিঙলৈ মোদীৰ বাৰ্তা
National-International

BRICS India 2026 : শুল্কৰ পৰা যুদ্ধলৈকে ট্ৰাম্পৰ নীতিৰ ওপৰত দৃঢ় স্থিতি ব্ৰিকছৰ, বিৰল খনিজ সন্দৰ্ভত জিনপিঙলৈ মোদীৰ বাৰ্তা

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

September 14, 2026
Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

September 14, 2026
UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ

UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d